কৰ’না মহামাৰীয়ে ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা দুর্বল কৰি তোলাৰ সময়তে ৰাজ্যৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে অসম চৰকাৰৰ পুঁজিলৈ আর্থিক সাহায্য আগবঢ়াই আহিছে। আজি নদুৱাৰ খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে অসম আৰোগ্য নিধিলৈ ৫,৬৫,৫৫৪টকা আগবঢ়াই। নদুৱাৰ খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক গোটৰ অন্যতম বিষয়ববীয়া জ্যোতি ভট্টাচাৰ্যই কয় যে এই দুৰ্যোগৰ সময়ত চৰকাৰখনক সহায় কৰাটো আমাৰ মহান দায়িত্ব। এই উদ্দেশ্যৰেই আমি অসম আৰোগ্য নিধিলৈ আমি প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে এদিনৰ দৰমহা আগবঢ়াইছোঁ। ভৱিষ্যতে প্ৰয়োজন হ’লে ৰাজ্য চৰকাৰখনক আমি সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।
নদুৱাৰ খণ্ডৰ প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰদান কৰিলে ৫,৬৫,৫৫৪ টকা
-
By publisher

- Categories: City, COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026