Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ৰাজ্যত বিভিন্ন স্থানত আঠগাঁও মছজিদত নিশা যাপন কৰা লোকক কোৱাৰেন্টাইনলৈ প্ৰেৰণ

publisher by publisher
April 11, 2020
in COVID-19, News
Reading Time: 1 min read
0
বৰ্তমান সকলোৰে এটা পৰিচিত শব্দ ‘কোৱাৰেন্টাইন ‘
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

বিশ্বত এতিয়া ক’ভিড১৯ নে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ দেশত এই মহামাৰী সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ঘোষণা কৰা তলাবন্ধৰ সময়ত চৰকাৰে বিভিন্ন স্থানত আত্মগোপন কৰি থকা ক’ভিড ১৯ ত আক্ৰান্ত ৰোগীৰ বিচৰণস্থলীৰ সমূহ চিনাক্ত কৰি সেইসমূহ স্থানত পৰিভ্ৰমণ কৰা লোকসকলক ওলাই আহি স্বাস্থ্য পৰীক্ষা কৰাৰ পৰা বিৰত থাকি আত্মগোপন কৰি আছে ৷আজি সমগ্ৰ তিনিচুকীয়া জিলাখনৰ বিভিন্ন স্থানৰ পৰা মুঠ ১২ জনকৈ তেনে লোকক প্ৰশাসনৰ তৎপৰতাত কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰে ৷লোককেইজন তিনিচুকীয়াৰ হিজুগুৰি,মাকুম,ডুমডুমা,বৰহাপজান,লোহাৰী কছাৰী গাঁও,মাৰ্ঘেৰিটা,ডিগবৈ,লিডু,শদিয়া আদি বিভিন্ন প্ৰান্তৰৰ ৷আৰু এই আটাইকেইজন লোক গুৱাহাটীৰ আঠগাঁওস্থিত মছজিদত নিশা যাপন কৰিছিল। সেয়েহে তিনিচুকীয়া জিলা প্ৰশাসনে আটাইকেইজন লোকক ম’হকোলী চিকিৎসাস্থলীৰ কোৱাৰেন্টাইন শিবিৰলৈ প্ৰেৰণ কৰে ৷
গুৱাহাটীৰ আঠগাঁও মছজিদ ক’ভিড’১৯ সংক্ৰমণৰ হটস্পটলৈ পৰ্যবেশিত হোৱাৰ বাবে চীল কৰাৰ পাছত মেৰাপানীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ ব্যক্তিক কোৱাৰেন্টাইনত ৰখা হৈছে ৷ ইয়াৰ ভিতৰত মেৰাপানীৰ দুজন ব্যক্তিয়ে এই মছজিদত অংশগ্ৰহণ কৰা বুলি তথ্য পোহৰলৈ আহিছে। কৰ’ণাত আক্ৰান্ত ব্যক্তিৰ সৈতে একেলগে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বিষয়ে জানিব পাৰি মেৰাপানীৰ ব্যক্তি দুজনে স্বাস্থ্য বিভাগৰ সৈতে নিজেই যোগাযোগ কৰে ৷ এই ব্যক্তিদুজনৰ এজন মেৰাপানী ফৰেষ্ট ব্লক আৰু আনজন ইচলামপুৰৰ নিবাসী৷
ইতিমধ্যে স্বাস্থ্য আৰু আৰক্ষী বিভাগে দুয়োজন ব্যক্তিকে এম্বুলেন্সযোগে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ কোৱাৰেন্টাইনৰ বাবে প্ৰেৰণ কৰা হৈছে । ইফালে শিৱসাগৰৰ আঠজন আৰু দেৰগাঁৱৰ এজন ব্যক্তিকো গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে দেৰগাঁও নগৰৰ মাজমজিয়াৰ চৰাফট আলিয়ে আঠগাঁও মছজিদৰ তবলিগি জামাতত অংশগ্ৰহণ কৰিছিল ৷ আনহাতে স্বাস্থ্য পৰীক্ষাৰ অন্ততহে লোককেইজন ক’ভিড ১৯ ত আক্ৰান্ত হয় নে নহয় পোহৰলৈ আহিব যদিও সমগ্ৰ ৰাজ্যত এই লোককেইজনৰ প্ৰসংগক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ চৰকাৰৰ বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো এই লোকসকলে আত্মগোপন কৰি সন্দৰ্ভত প্ৰশাসনে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যণীয় ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM CORONA VIRUSCovid-19INDIA FIGHTS CORONALockdown
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d