Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

    Child Kidnapping incident:মহানগৰীৰ হাতীগাঁৱত শিশু অপহৰণৰ ঘটনাক কেন্দ্র কৰি উত্তেজনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

গোলাঘাটত স্বাস্থ্য মন্ত্ৰীয়ে মুকলি কৰিলে ২৪ খন আই.চি.ইউযুক্ত  ‘ক’ভিড হস্পিতাল’

publisher by publisher
April 17, 2020
in COVID-19, News
Reading Time: 1 min read
0
গোলাঘাটত স্বাস্থ্য মন্ত্ৰীয়ে মুকলি কৰিলে ২৪ খন আই.চি.ইউযুক্ত  ‘ক’ভিড হস্পিতাল’
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

Himanta Viswa Sarma:জুবিন গাৰ্গৰ জন্মদিনাই আহিল ভাল খবৰ

৩০০ বিচনাযুক্ত  ভৱন নিৰ্মাণেৰে নতুন ৰূপ পাব কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ে
কৰ’না ভাইৰাছত আক্ৰান্ত যিকোনো লোক বীজাণুমুক্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰাৰ পাচত সেইসকলক লৈ ৰাইজৰ কোনো ভয়ৰ কাৰণ নাই । কিয়নো ক’ভিডত আক্ৰান্ত ৰোগীসকল সুস্থ হৈ নিজৰ-নিজৰ ঘৰলৈ ঘৰি যোৱাৰ পাচত ওচৰ-চুবুৰীয়া, গাওঁ অঞ্চলৰ ৰাইজে তেওঁলোকক লৈ আতংকত ভূগিব পাৰে । ওচৰলৈ আহিবলৈ ভয় কৰিব পাৰে, দোকানত দোকানীয়ে বস্তু আগবঢ়াই নিদিব পাৰে । কিন্তু তেনে ভ্ৰান্ত ধাৰণা ৰাইজে ল’ব নালাগে । তেনে ব্যক্তিৰ দেহত যেতিয়া ৰোগেই নাথাকিব সংক্ৰমণ হ’ব কেনেকৈ ।
কৰ’না ভাইৰাছ কোভিড-১৯ আক্ৰান্ত ৰোগী সম্পূৰ্ণ সুস্থ হোৱাৰ পাচত যদিহে কোনো নতুন আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ নাহে, তেন্তে পুনৰ কোনো কাৰণতে ৰোগত আক্ৰান্ত নহয় ।” সেয়েহে ৰাইজে বিষয়টো জনা উচিত । গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৯ জন কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ ভিতৰত  চাৰিজনক ৰোগমুক্ত বুলি স্বাস্থ্য বিভাগে ঘোষণা কৰি তেওঁলোকক চিকিৎসালয়ৰ পৰা দিয়া ‘ৰিলিজ’ পৰ্বত অংশগ্ৰহণ কৰি অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ উদ্দেশ্যি এনেদৰে আহ্বান জনায় ।
গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৯ জন আক্ৰান্তৰ ভিতৰত ক্ৰমে হাইদৰ আলি, ৱাহিদা বেগম, ইয়াকুব আলি আৰু ৰুমা বেগমৰ  যাৱতীয় পৰীক্ষাৰ প্ৰতিবেদন যোৰহাট চিকৎসা মহাবিদ্যালয় আৰু লাহোৱালস্থিত আই.চি.এম.আৰ.ৰ  পৰা লাভ কৰাৰ পাচত গুৱাহাটীৰ ক’ভিড ৰোগ সম্পৰ্কীয় পৰিষদৰ প্ৰতিবেদন লাভ কৰাৰ অন্তত উক্ত চাৰিজনক সম্পূৰ্ণ সুস্থ আৰু বীজাণুমুক্ত বুলি ঘোষণা কৰাৰ তথ্য সংবাদমেলত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সদৰী কৰে । অৱশ্যে তেওঁলোক গোলাঘাট নগৰৰ এনাজৰী বিবাহ ভৱনত পুনৰ ১৪ দিন নিৰীক্ষণত কটাব লাগিব ।
চিকিৎসালয়ত চিকিৎসাধীন আন দুগৰাকী কোভিড আক্ৰান্ত ক্ৰমে আনোৱাৰ হুছেইন আৰু আলিয়া বেগমৰ পৰীক্ষাৰ ফলাফলত ‘নিগেটিভ’ তথ্য আহিছে যদিও সামান্য নিশ্চিতকৰণৰ বাবে পুনৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু দুই-এদিনৰ ভিতৰতে তেওঁলোককো চিকিৎসালয়ৰ পৰা ‘ৰিলিজ’ দিব পৰা যাব বুলি মন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে ।  আন তিনিগৰাকী আক্ৰান্ত ক্ৰমে জেচমিন বেগম, ৰহিমুদ্দিন আহমেদ আৰু চালেহা বেগম অৱশ্যে বৰ্তমানেও ৰোগমুক্ত হোৱা নাই । পৰীক্ষাৰ প্ৰতিবেদনত ‘পজিটিভ’ অহাত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াত দুদিনমান পলম হ’ব যদিও অহা ১৮ বা ১৯ এপ্ৰিলৰ ভিতৰত গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আটাইসকলেই সম্পূৰ্ণ সুস্থ হোৱাৰ পাচত ৰিলিজ দিব পৰা যাব বুলি স্বাস্থ্য মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।
ইফালে  স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটত  ২৪ খন আই.চি.ইউ. বিচনাযুক্ত ক’ভিড হস্পিতাল আনুষ্ঠানিকভাৱে মুকলি কৰে । অসামৰিক চিকিৎসালয়ৰ সমীপতে নতুনকৈ নিৰ্মাণ কৰা  প্ৰসূতি আৰু শিশুৰ চিকিৎসালয়খনিত ক’ভিড হস্পিতাল প্ৰতিষ্ঠা কৰা হৈছে ।  উক্ত ক’ভিড চিকিৎসালয়খনিত ২৪ টা আই.চি.ইউৰ সুবিধা, ৫৬ খন কোৱাৰেণ্টাইন বিচনা, ৪০ খন আইচ’লেশ্বনৰ বিচনা উপলব্ধ হ’ব বুলি স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে । কৰ’নাৰ পৰিৱেশ স্বাভাৱিক হোৱাৰ পাচত উক্ত চিকিৎসালয়খনিত অৱশ্যে আন ৰোগীৰ বাবে সুবিধা হোৱাকৈ ১৫ টা আই.চি.ইউ সেৱা স্থায়ীভাৱে থাকিব বুলিও তেওঁ উল্লেখ কৰে । গোলাঘাট জিলাবাসীৰ বাবে এক সু-খবৰ যে, কম দিনৰ ভিতৰতে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ে ন-ৰূপ লাভ কৰি ৩০০ বিচনাযুক্ত চিকিৎসালয়লৈও উন্নীত হ’ব । চিকিৎসালয়খনৰ পুৰণা ভৱন ভাঙি ৩০০ বিচনাযুক্ত আটক ধুনীয়া ভৱন নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে । আজিৰ সংবাদমেলত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলত উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক মৃণাল শইকীয়া, জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোদি।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19GolaghatHIMANTA BISWA SHARMAINDIA FIGHTS CORONASTAY HOME STAY SAFE
publisher

publisher

Related Posts

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

March 10, 2026
Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান
News

Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

March 10, 2026
Child Kidnapping incident:মহানগৰীৰ হাতীগাঁৱত শিশু অপহৰণৰ ঘটনাক কেন্দ্র কৰি উত্তেজনা
News

Child Kidnapping incident:মহানগৰীৰ হাতীগাঁৱত শিশু অপহৰণৰ ঘটনাক কেন্দ্র কৰি উত্তেজনা

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d