Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

    Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

    Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

    Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

    Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

    Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ক্ষুদ্ৰ চাহ বাগিছাসমূহতো সামাজিক দূৰত্ব বজাই পাত তোলাৰ অনুমতি দিয়া হৈছে-মুখ্যমন্ত্ৰী সোনোৱাল

publisher by publisher
April 18, 2020
in COVID-19, Politics
Reading Time: 1 min read
0
ক্ষুদ্ৰ চাহ বাগিছাসমূহতো সামাজিক দূৰত্ব বজাই পাত তোলাৰ অনুমতি দিয়া হৈছে-মুখ্যমন্ত্ৰী সোনোৱাল
1
SHARES
8
VIEWS
ShareShareShareShare

*ওদালগুৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

কৰ’না সংক্ৰমণ ৰোধৰ স্বাৰ্থত ওদালগুৰি জিলা প্ৰশাসনৰ তৎপৰতা তথা জিলা স্বাস্থ্য বিভাগ কেনেদৰে সাজু হৈছে সেই সন্দৰ্ভত বুজ লবলৈ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হয় ওদালগুৰিত। দিনৰ প্ৰায় ২:৩০ বজাত পোনে পোনে ওদালগুৰি সোনাইগাও খাউৰাংস্থিত কোৱাৰেনটাইন কক্ষ পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেেওঁ ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ লগতে জিলা স্বাস্থ্য বিভাগ আৰু বিটিচি প্ৰশাসণৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।  জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত সাংবাদিকক তেওঁ কয় যে “বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে সমগ্ৰ দেশৰ লগতে ৰাজ্যৱাসীয়ে তলাবন্ধ নিষ্ঠাৰে পালন কৰিছে।’

ADVERTISEMENT

মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ কাৰ্যসূচী অহা ৩ মে’লৈ যাতে অসমৰ প্ৰতিখন জিলাতে শৃংখলাবদ্ধভাৱে পালন কৰা হয় তাৰ প্ৰতি দৃষ্টি ৰাখি অসম চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ ব্যৱস্থা হাতত লোৱা হৈছে। স্বাস্থ্য বিভাগ, যোগান বিভাগ, শক্তি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, অসম আৰক্ষী, কৃষি বিভাগ ইত্যাদি সকলো বিভাগে মিলিত প্ৰচেষ্টাৰে এই জটিল সময়ছোৱাত যাতে জনসাধাৰণৰ কোনো অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

RelatedPosts

চুতীয়া জনগোষ্ঠীৰ বৰ্ণাঢ্য বুৰঞ্জীয়ে অসম বুৰঞ্জীৰ শোভাবৰ্ধন কৰিছে ” : সোণোৱাল

P.T.Usha And Sarbananda Sonowal :যশস্বী দৌৰবিদ পিটি ঊষাৰ স’তে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৫৬তম বিশ্ববিদ্যালয় সপ্তাহৰ শুভাৰম্ভণি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Union Minister Sarbananda Sonowal:মন্ত্রী সর্বানন্দ সোণোৱালে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ অসংসদীয় আচৰণক কৰে তীব্র সমালোচনা

‘আমাৰ এটাই লক্ষ্য যাতে দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বান মানি যিসকল লোকে নিজকে বাসগৃহত সামাজিক দূৰত্ব মানি আৱদ্ধ হৈ আছে তেওঁলোকক যাতে উন্নত মানৰ সেৱা আগবঢ়াব পাৰো। সেইবাবে সকলোধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা হৈছে।এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত কোনোৱা ঠাইত যদি কোনো ব্যক্তিয়ে আমাক জনাই যে তেওঁ চৰকাৰী সাহাৰ্য পোৱা নাই, লগে লগে সেই জিলাবোৰলৈ নিৰ্দেশনা প্ৰেৰণ কৰি ৰাইজৰ মাজত সেইখিনি সুবিধা প্ৰদান কৰা হৈছে।’

সোনোৱালে কয়,’ কৃষকসকলে এই সময়চোৱাত কৃষি কাৰ্য চলাই নিব পাৰে তথা চাহ বাগিচাবোৰত সামাজিক দুৰত্ব বৰ্তাই ৰাখি যাতে বাগিচা সমূহ চলি থাকিব পাৰে, চাহ বাগিছৰ শ্ৰমিকসকলে যাতে পাত তোলাৰ পৰা আদি কৰি সকলো কামত আত্ম নিয়োগ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা হাতত লৈছো। ‘

আজিৰ এই অনুষ্ঠানৰ মাজতে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা ৰাজ্যৰ আৰোগ্য নিধিলৈ এখন ৩,৬৩,০০০ টকাৰ এখন চেক মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰা হয়। অনুষ্ঠানৰ মাজতে জিলাখনৰ চাহ বাগিছাত কৰ্মৰত শ্ৰমিকৰ বাবে মাক্স বিতৰণৰ শুভাৰম্ভ কৰা হয়। আজি মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণকালত উপস্থিত থাকে মন্ত্ৰী ৰিহণ দৈমাৰী, বিটিচিৰ প্ৰধান সচিৱ ৰবিনচন মোছাহাৰী, সচিৱ ভাস্কৰজ্যোতি মান্তা, বিধায়িকা কমলী বসুমতাৰী, জিলাউপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, জিলা আৰক্ষী অধীক্ষক ৰিপুল দাসৰ লগতে বহু বিষয়-বৱীয়া।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM FIGHTS CORONA VIRUSSarbananda Sonowal
publisher

publisher

Related Posts

মনোনয়ন দাখিললৈ মাজত মাত্ৰ এটা দিন ,
Assam

মনোনয়ন দাখিললৈ মাজত মাত্ৰ এটা দিন ,

April 10, 2025
Biren Singh মণিপুৰৰ আইন-শৃংখলা চূড়মাৰ কৰি অৱশেষত মুখ্যমন্ত্ৰী বীৰেন সিঙৰ পদত্যাগ
Politics

February 9, 2025
Arvind Kejriwal:প্রার্থী ক্ৰয় কৰাৰ অভিযোগ আপৰ,ওলোটাই অভিযোগ বিজেপিৰো
Politics

Arvind Kejriwal:প্রার্থী ক্ৰয় কৰাৰ অভিযোগ আপৰ,ওলোটাই অভিযোগ বিজেপিৰো

February 7, 2025
Bjp : সৰ্বস্তৰৰ জনতাৰ সৰ্বাংগীণ বিকাশ, সম-মৰ্যাদা, সমৃদ্ধি, সমতা, সৰ্বত্ৰ শান্তি, সংস্কাৰ, সমন্বয় সাধনেই  হৈছে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্যঃ সোণোৱাল

January 18, 2025
ASSAM BJP কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি
Politics

ASSAM BJP কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি

January 16, 2025
মোহন ভাগৱতক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ
Politics

“অন্য দেশ হোৱা হ’লে তেওঁক গ্ৰেপ্তাৰ কৰা হ’লহেতেন”: মোহন ভাগৱতক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

January 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d