Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ক্ষুদ্ৰ চাহ বাগিছাসমূহতো সামাজিক দূৰত্ব বজাই পাত তোলাৰ অনুমতি দিয়া হৈছে-মুখ্যমন্ত্ৰী সোনোৱাল

publisher by publisher
April 18, 2020
in COVID-19, Politics
Reading Time: 1 min read
0
ক্ষুদ্ৰ চাহ বাগিছাসমূহতো সামাজিক দূৰত্ব বজাই পাত তোলাৰ অনুমতি দিয়া হৈছে-মুখ্যমন্ত্ৰী সোনোৱাল
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

ডিব্ৰুগড় কাছাৰীঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

*ওদালগুৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

কৰ’না সংক্ৰমণ ৰোধৰ স্বাৰ্থত ওদালগুৰি জিলা প্ৰশাসনৰ তৎপৰতা তথা জিলা স্বাস্থ্য বিভাগ কেনেদৰে সাজু হৈছে সেই সন্দৰ্ভত বুজ লবলৈ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হয় ওদালগুৰিত। দিনৰ প্ৰায় ২:৩০ বজাত পোনে পোনে ওদালগুৰি সোনাইগাও খাউৰাংস্থিত কোৱাৰেনটাইন কক্ষ পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেেওঁ ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ লগতে জিলা স্বাস্থ্য বিভাগ আৰু বিটিচি প্ৰশাসণৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।  জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত সাংবাদিকক তেওঁ কয় যে “বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে সমগ্ৰ দেশৰ লগতে ৰাজ্যৱাসীয়ে তলাবন্ধ নিষ্ঠাৰে পালন কৰিছে।’

ADVERTISEMENT

মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ কাৰ্যসূচী অহা ৩ মে’লৈ যাতে অসমৰ প্ৰতিখন জিলাতে শৃংখলাবদ্ধভাৱে পালন কৰা হয় তাৰ প্ৰতি দৃষ্টি ৰাখি অসম চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ ব্যৱস্থা হাতত লোৱা হৈছে। স্বাস্থ্য বিভাগ, যোগান বিভাগ, শক্তি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, অসম আৰক্ষী, কৃষি বিভাগ ইত্যাদি সকলো বিভাগে মিলিত প্ৰচেষ্টাৰে এই জটিল সময়ছোৱাত যাতে জনসাধাৰণৰ কোনো অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

‘আমাৰ এটাই লক্ষ্য যাতে দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বান মানি যিসকল লোকে নিজকে বাসগৃহত সামাজিক দূৰত্ব মানি আৱদ্ধ হৈ আছে তেওঁলোকক যাতে উন্নত মানৰ সেৱা আগবঢ়াব পাৰো। সেইবাবে সকলোধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা হৈছে।এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত কোনোৱা ঠাইত যদি কোনো ব্যক্তিয়ে আমাক জনাই যে তেওঁ চৰকাৰী সাহাৰ্য পোৱা নাই, লগে লগে সেই জিলাবোৰলৈ নিৰ্দেশনা প্ৰেৰণ কৰি ৰাইজৰ মাজত সেইখিনি সুবিধা প্ৰদান কৰা হৈছে।’

সোনোৱালে কয়,’ কৃষকসকলে এই সময়চোৱাত কৃষি কাৰ্য চলাই নিব পাৰে তথা চাহ বাগিচাবোৰত সামাজিক দুৰত্ব বৰ্তাই ৰাখি যাতে বাগিচা সমূহ চলি থাকিব পাৰে, চাহ বাগিছৰ শ্ৰমিকসকলে যাতে পাত তোলাৰ পৰা আদি কৰি সকলো কামত আত্ম নিয়োগ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা হাতত লৈছো। ‘

আজিৰ এই অনুষ্ঠানৰ মাজতে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা ৰাজ্যৰ আৰোগ্য নিধিলৈ এখন ৩,৬৩,০০০ টকাৰ এখন চেক মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰা হয়। অনুষ্ঠানৰ মাজতে জিলাখনৰ চাহ বাগিছাত কৰ্মৰত শ্ৰমিকৰ বাবে মাক্স বিতৰণৰ শুভাৰম্ভ কৰা হয়। আজি মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণকালত উপস্থিত থাকে মন্ত্ৰী ৰিহণ দৈমাৰী, বিটিচিৰ প্ৰধান সচিৱ ৰবিনচন মোছাহাৰী, সচিৱ ভাস্কৰজ্যোতি মান্তা, বিধায়িকা কমলী বসুমতাৰী, জিলাউপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, জিলা আৰক্ষী অধীক্ষক ৰিপুল দাসৰ লগতে বহু বিষয়-বৱীয়া।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONA VIRUSSarbananda Sonowal
publisher

publisher

Related Posts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ
India

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন
National

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক

September 12, 2026
BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

August 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d