Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মনোনয়ন দাখিললৈ মাজত মাত্ৰ এটা দিন ,

অগপৰে আসন বুজাবুজিক লৈ হোৱা নাই চূড়ান্ত সিদ্ধান্ত 

publisher by publisher
April 10, 2025
in Assam, News, Politics
Reading Time: 1 min read
0
মনোনয়ন দাখিললৈ মাজত মাত্ৰ এটা দিন ,

VVVV - 1

2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

ADVERTISEMENT

 শাসকীয় মিত্রজোট অগপ-বিজেপিৰ মাজত প্রার্থিত্বকেন্দ্ৰিক মনোমালিন্য, কংগ্ৰেছৰ দলীয় কন্দলৰ মাজত আবদ্ধ হৈছে শাসক-বিৰোধী দুই পক্ষৰ প্ৰাৰ্থী বাছনি প্রক্রিয়া।

অহা ১১ এপ্রিল মনোনয়ন দাখিলৰ অন্তিম দিন যদিও আজি পর্যন্ত উভয় পক্ষই প্রার্থী বাছনিত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ শাসক বিজেপি-অগপ আৰু বিৰোধী কংগ্ৰেছত জটিলতা অব্যাহত আছে। বুধবাৰে নিশা পর্যন্ত প্রার্থিত্বকেন্দ্রিক বিষয়ত সৃষ্টি হোৱা পৰিস্থিতিৰ সমাধান সূত্ৰ উলিয়াব পৰা নাই শীর্ষ নেতৃত্বই।

ইয়াৰ মাজতে শাসকীয় বিজেপিয়ে ভয়-ভাবুকি প্ৰদৰ্শন কৰি কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

বিজেপিয়ে বুধবাৰে নিশা পর্যন্ত কেবাটাও বিধানসভা সমষ্টিত অগপৰ স’তে মিত্রতাকেন্দ্রিক বিষয় চূড়ান্ত কৰাত জটিলতাৰ সন্মুখীন হয়। কমেও সাতটা বিধানসভা সমষ্টি আৰু গোলাঘাট জিলাক লৈ এনে জটিলতা অধিক বৃদ্ধি হৈছে।

ইয়াৰ সমাধান সূত্ৰ বিচাৰি নিশা পর্যন্ত দলৰ নেতৃবৃন্দ বাজপেয়ী ভৱনত ব্যস্ত থাকে। অৱশ্যে প্রার্থিত্ব প্রত্যাশীসকলে মনোনয়নপত্র সংগ্রহকে ধৰি মনোনয়নত দাখিল কৰিবলগীয়া নথিপত্ৰ যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে।

ইয়াৰ মাজতে বুধবাৰে নিশা বিজেপিয়ে প্রথম পৰ্যায়ত ৩১৮ টা জিলা পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। এই সন্দৰ্ভত দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক দিপুৰঞ্জন শৰ্মাই সদৰী কৰে যে অগপৰ লগত এতিয়াও কেইটামান সমষ্টিত বুজাপৰা চূড়ান্ত হোৱা নাই। গতিকে আজি সেই ক্ষেত্ৰত সিদ্ধান্ত চূড়ান্ত হ’ব।

শৰ্মাই লগতে কয় যে যি ৩১৮ টা জিলা পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছে, তাৰ ভিতৰত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তিৰ প্ৰাৰ্থীও আছে।

দুয়োটা দলৰ প্ৰাৰ্থীসকলে বিজেপিৰ প্ৰতীক পদুম ফুলৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰিব। শৰ্মাই লগতে সদৰী কৰে যে ৩১৮ প্ৰাৰ্থীৰ ভিতৰত ১৭২ গৰাকীয়ে হ’ল মহিলা।

মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদেও আজিলৈকে প্রার্থী তালিকা ঘোষণা কৰিবলৈ সমৰ্থ হোৱা নাই।

কংগ্ৰেছত অন্তঃকন্দল

ইপিনে, দলীয় অন্তঃকন্দল সৃষ্টি হৈছে কংগ্ৰেছত। ধনৰ বিনিময়ত প্রার্থিত্ব প্ৰদানৰ অভিযোগ তুলি হাইলাকান্দি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত কালি দলীয় কর্মীসকলে তলা মাৰি দিয়ে।

হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি চামচুদ্দিন বৰলস্কৰে ধনৰ বিনিময়ত একাংশ প্ৰাৰ্থীক প্রার্থিত্ব প্ৰদানৰ অভিযোগ তুলি বৃহৎ সংখ্যক কৰ্মীয়ে জিলা কাৰ্যালয়ৰ সন্মুখত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

তেওঁলোকে জিলা কাৰ্যালয়ত তলা মাৰি দিয়াৰ উপৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সভাপতি বৰলস্কৰৰ ঘৰৰ সন্মুখতো সমবেত হয়। একেদৰে গোৱালপাৰা জিলা কংগ্ৰেছৰ কাৰ্যালয়তো আজি তলা ওলমি থাকে।

প্রার্থিত্ব দাবীদাৰ কে’বাজনেও জিলাৰ নেতৃবৃন্দক সাক্ষাৎ কৰিবলৈ কাৰ্যালয়টোলৈ আহে; কিন্তু নিৰ্বাচনৰ সময়তো কাৰ্যালয়ত কোনো লোক উপস্থিত নাছিল।

ইয়াকে লৈ সমবেত প্রার্থিত্ব প্রত্যাশী আৰু কৰ্মীসকল ক্ষোভত ফাটি পৰে। কংগ্ৰেছত প্রার্থিত্বকেন্দ্রিক বিষয়ক লৈ জিলাই জিলাই সংঘাতময় পৰিস্থিতিৰো সৃষ্টি হৈছে।

তদুপৰি দলটোৱে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ বহু সমষ্টিৰ বাবে প্ৰাৰ্থী বিচাৰি উলিওৱাটো প্ৰত্যাহ্বান হৈছে।

বিজেপিৰ বিৰুদ্ধে ভয়-ভাবুকিৰ অভিযোগ কংগ্ৰেছৰ

ইপিনে, কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে অভিযোগত সৰব হয়। দলৰ নেতাই তেওঁলোকৰ একাংশ প্ৰাৰ্থী আৰু কৰ্মীক বিজেপিয়ে ভয়-ভাবুকি প্ৰদানৰ অভিযোগ কৰে।

প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মাই কালি গুৱাহাটীৰ ৰাজীৱ ভৱনত অভিযোগ কৰে যে বিজেপিয়ে বিভিন্ন স্থানত কংগ্ৰেছৰ সম্ভাব্য প্রার্থীসকলক ভয়-ভাবুকি দিয়াৰ লগতে প্রয়োজনীয় নথিপত্র সংগ্রহতো বাধা প্রদান কৰিছে।

শৰ্মাই শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ উদাহৰণ দাঙি ধৰি কয় যে বিজেপিৰ সমৰ্থকসকলে কংগ্ৰেছৰ প্ৰাৰ্থীক নথি আনিবলৈ যোৱাত বাধা দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰিও ভাবুকি দিছে। শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতী আৰু সাধাৰণ সম্পাদক ৰাজেশ পাণ্ডিয়াই ইয়াকে লৈ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিছে।

জামুগুৰি আৰক্ষী থানাতো গোচৰ দিয়া হৈছে যদিও আৰক্ষীয়ে প্ৰাৰ্থীসকলক নিৰাপত্তা দিয়া অথবা দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই। নদুৱাৰৰ পাঁচমাইল আৰু চকীঘাটতো কংগ্ৰেছ আৰু নির্দলীয় প্রার্থীসকলক নথি সংগ্ৰহত বাধা প্ৰদান কৰা হৈছে। গহপুৰতো একে ঘটনা ঘটিছে।

কামপুৰৰ ৰাণীতো কংগ্ৰেছৰ প্ৰাৰ্থীক ভাবুকি প্ৰদানৰ অভিযোগ উঠিছে। শৰ্মাই অসম ৰাজ্যিক নির্বাচন আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰীক বিষয়টোত হস্তক্ষেপ কৰি মুক্ত আৰু নিকা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam panchayat election
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d