◆ ক’ভিড-১৯ ৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল পজিটিভ ওলোৱাৰ কিছু দিনৰ পিছতে ৪৫ দিনীয়া শিশুৰ মৃত্যু ।
◆ ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ ভিতৰত এইটোৱেই সকলোতকৈ কনিষ্ঠ শিশুৰ মৃত্যুৰ ঘটনা প্ৰথম।
◆ শনিবাৰে মৃত্যু হয় শিশুটিৰ।
◆ কলাৱতী চৰণ শিশু চিকিৎসালয়ত শিশুটিক ১৪ এপ্ৰিলত ভৰ্তি কৰোৱাৰ পিছত ১৬ এপ্ৰিলত কৰ’না ভাইৰাছৰ স্বাস্থ্য পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত কৰিছিল।
ADVERTISEMENT