নগাঁও জিলাৰ ধিঙৰ চলা পথাৰত মঙ্গলবাৰে বজ্ৰপাতৰ ফলত গিয়াছ উদ্দিন নামৰ এজন কৃষকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ বন্যা বৈছে। কৃষকজনৰ নাম গিয়াছ উদ্দিন। ঘটনাক্ৰমে মঙ্গলবাৰে দুপৰীয়া গিয়াছ উদ্দিন নামৰ কৃষকজনে পথাৰত কাম কৰি থকাৰ সময়তে এক মান বজাত বজ্রপাত পৰাৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি পৰিয়ালে সদৰী কৰিছে । উল্লেখ্য যে বজ্ৰপাত পৰা কৃষকজনক পৰিয়ালৰ লোকে ততাতৈয়াকৈ ধিঙৰ আৰ ইউত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ধিঙত বজ্ৰপাত পৰি কৃষকৰ মৃত্যু
-
By publisher

- Categories: News
- Tags: AssamCovid-19FIGHT AGAINST COVID-19LockdownSTAY HOME STAY SAFE
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026