হাবিত বনৰীয়া আলু বিচাৰি গৈ হাতীৰ আক্ৰমণত নগাঁৱৰ এজন যুৱক মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে | ঘটনাক্ৰমে শালনা বৰঘাটৰ লুচাই লাইনৰ কৃষ্ণ তাঁতীৰ পুত্ৰ কিশোৰ তাঁতী নামৰ যুৱকজনে লগৰ কে’বাজন স’তে বৃহস্পতিবাৰে নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অৰ্ন্তগত উত্তৰ ডিজু সংৰক্ষিত বনাঞ্চলত বনৰীয়া আলু বিচাৰি গৈছিল । আলু বিচাৰি থাকোতে হাতীৰ মুখামুখি হোৱাত হাতীৰ আক্ৰমণত যুৱকজন ঠিতাতে নিহত হয় আৰু লগৰ কে’জনে পলাই পত্ৰং দিয়ে । পাছত বন বিভাগ আৰু শালনা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে |
হাবিত বনৰীয়া আলু বিচাৰি গৈ হাতীৰ আক্ৰমণত মৃত্যু নগাঁৱৰ যুৱকৰ
-
By publisher

- Categories: News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026