Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

পুৰুষ প্ৰধান ৰাজপাটত এগৰাকী মহিলাৰ দপদপনিয়ে চৰ্চা লাভ কৰিছে সমগ্ৰ বিশ্বত

publisher by publisher
April 27, 2020
in COVID-19, News
Reading Time: 1 min read
0
পুৰুষ প্ৰধান ৰাজপাটত এগৰাকী মহিলাৰ দপদপনিয়ে চৰ্চা লাভ কৰিছে সমগ্ৰ বিশ্বত
2
SHARES
21
VIEWS
ShareShareShareShare

উত্তৰ কোৰিয়াৰ শাসক কীম জং উনৰ মৃত্যুৰ বাতৰি প্ৰচাৰিত হোৱাৰ সময়তে দেশখনৰ পৰৱৰ্তী শাসকক লৈ অব্যাহত আছে জল্পনা কল্পনা ৷ কীমৰ অৱৰ্তমানত তেওঁৰ ভগ্নী কীম য়’ জং উন উত্তৰ কোৰিয়াৰ শাসক হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ইফালে উত্তৰ কোৰিয়াৰ ৰাজনীতিত অধিক স্বেচ্ছাচাৰী তথা নৃশংস বুলি পৰিচিত কীম জং উনতকৈ অধিক নৃশংস মানসিকতা কীম য়’ জং উনৰ । কীমৰ পিছত যদি তেওঁৰ ভগ্নী কীম য়’ যদি উত্তৰ কোৰিয়াৰ শাসক হয় তেন্তে আকৌ উত্তৰ কোৰিয়াই পাব স্বেচ্ছাচাৰী শাসক। তেনে সময়তে প্ৰভাৱশালী দেশখনৰ পৰৱৰ্তী শাসক অৰ্থাৎ এগৰাকী মহিলাই কেনেদৰে চম্ভালিব এই সন্দৰ্ভত চৰ্চা অব্যাহত আছে ৷ ইফালে ৩০ বছৰীয়া কীম য়’ ভাতৃকৈ কোনো গুণেই কম নহয়। শিখৰ সন্মিলনত বিশ্বৰ প্ৰভাৱ শালী নেতা সকলৰ লগত ভাগ লৈছিল কীম জং উনৰ ভগ্নী কীম য়’ জং উনে  ৷ ২০১৮ চনত শীতকালীন অলিম্পিকত বিশেষ অতিথি হিচাপে অংশ লৈছিল কীম য়’য়ে ৷

ADVERTISEMENT

105003987 GettyImages 916157804

RelatedPosts

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?

মন কৰিব লগীয়া যে কীম য়’য়ে উত্তৰ কোৰিয়াৰ পুৰুষ প্ৰধান এখন দেশত সকলো ক্ষেত্ৰত নিজৰ আধিপত্য বিস্তাৰ কৰিছে ৷ এই সন্দৰ্ভত বহু সমালোচকৰ মন্তব্য যে অন্যান্য দিশসমূহলকৈ তেজৰ সম্পৰ্কইহে বহু সময়ত অধিক প্ৰাধান্য লাভ কৰে। যি কি নহওক সাম্প্ৰতিক সময়ত উত্তৰ কোৰিয়াৰ শাসক কীম জঙৰ মৃত্যুৰ বাতৰিয়ে হঠাতে অত্যাধিক চৰ্চালৈ আনিলে কীম য়’ক ৷ দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত কীমৰ বংশধৰে উত্তৰ কোৰিয়াক শাসন কৰিছে । ২০১১ চনত কীম জঙৰ পিতৃৰ মৃত্যুৰ পিছত প্ৰশ্ন হৈছিল যে ২০ দশক জুৰি শাসন কৰা নেতাৰ মৃত্যুৰ পিছত কোনে নিয়াৰিকৈ ৰাজপাট চলাই নিব ৷ কিন্তু ইয়াৰ পিছত সেই শাসনভাৰৰ দায়িত্ব লয় কীম জং উনে ৷ আনহাতে কীম জং উনৰ ভগ্নী কীম য়’য়ে যিয়ে তেওঁৰ কৰ্মদক্ষতাত সন্দেহ প্ৰকাশ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহুততে যিকোনো সিদ্ধান্ত লৈ সকলোকে আচৰিত কৰিছিল । উত্তৰ কোৰিয়াৰ ভাগ্য কীমৰ পৰিয়ালৰ লগতে আৰম্ভ আৰু কীমৰ পৰিয়ালৰ লগতে শেষ ৷গতিকে উত্তৰাধিকাৰীৰ সন্দৰ্ভত চিন্তা কৰিবলগীয়া একো নাই ৷ গতিকে তেজৰ সম্পৰ্কৰ আধাৰতে উত্তৰাধিকাৰী হোৱাৰ প্ৰসংগত চিন্তা কৰিবলগীয়া একো নাই ৷ এই মন্তব্য চ্যু কীমৰ ৷ ইফালে কীম জং চ’লৰ শাসনতকৈ অধিক গীটাৰ বজোৱাৰ প্ৰতিহে ধাউতি বেছি ৷ লগতে তেওঁৰ ভতিজাক কীম হান চ’লে ৰাজনীতিৰ পৰা আঁতৰত থাকে ৷ দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমৰ মতে কীমৰ এটি ১০ বছৰীয়া পুত্ৰ সন্তান আছে যদিও আজিলৈকে ক’তো পুত্ৰ সন্দৰ্ভত উল্লেখ কৰা নাই। উল্লেখযোগ্য যে ১৯৮৮- ১৯৮৯ চনত জন্ম লাভ কৰা কীম য়’ জং উন আছিল নাচি ভাল পোৱা এজনী উৎপতীয়া ছোৱালী ৷ যাৰ কাৰণে পিতৃয়ে মৰমতে “প্ৰিন্সেছ য়’ জং” নামেৰে মাতিছিল কীমক। পিতৃৰ মৃত্যুৰ পিছত সকলো ক্ষেত্ৰতে ভাতৃৰ বিশ্বাসৰ পাত্ৰী হৈ পৰিছিল কীম য়’ ৷

https s3 ap northeast 1.amazonaws.com psh ex ftnikkei 3937bb4 images 8 1 9 4 26614918 1 eng GB yo jong

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কীম য়’ৰ হাইপ্ৰফাইল উপস্থিতি তথা বিশ্বৰ আগশাৰী নেতাসকলৰ লগত ঘনিষ্ঠতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল  ৷ সম্প্ৰতি পুৰুষে সকলো সময়তে অগ্ৰাধিকাৰ পোৱা উত্তৰ কোৰিয়াত কীম য়’ মহিলা হিছাপে নহয় এগৰাকী নেতা হিচাপে ধৰা হয় ৷ যিয়ে বাকীসকলৰ তুলনাত ৰাজনীতিৰ ক্ষেত্ৰত অধিক পৰিপক্ব ৷ বিশ্বৰ মহামাৰীৰ সৃষ্টি কৰা ক’ভিড ১৯ ৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক এখন পত্ৰৰ উত্তৰ দি চৰ্চালৈ আহিছিল কীম য়’ জং উনৰ প্ৰাধান্যতা ৷ উল্লেখযোগ্য যে, উত্তৰ কোৰিয়াৰ প্ৰৱল প্ৰতাপী কমিউনিষ্ট শাসক তথা বিশ্বৰ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰ প্ৰধান তথা ৩৬ বছৰীয়া শাসক কীম জঙৰ স্বাস্থ্যৰ সন্দৰ্ভত এতিয়াও সকলোৰে মাজত উদ্বেগ অব্যাহত আছে।

960x0

ইয়াৰ মাজতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনে কীম জঙৰ স্বাস্থ্যৰ সন্দৰ্ভত ওলোৱা সকলো বাতৰিক খণ্ডন কৰে । মুন জে ইন দেওবাৰে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে যে কীম জং এতিয়াও সুস্থ হৈ আছে ৷ তেওঁ ১৩ এপ্ৰিলৰ পিছৰ পৰা উত্তৰ কোৰিয়াৰ বোন্সান চহৰত আছে । ১২ এপ্ৰিলত কীমৰ কাৰ্ডিঅ’ভাস্কুলাৰ চাৰ্জাৰী হৈছিল ৷ ইয়াৰ পাছৰ পৰা কীমৰ মৃত্যুৰ খবৰ সৰ্বত্ৰে বিয়পি পৰিছিল। ইফালে শনিবাৰে নিশা হংকঙৰ এক সংবাদমাধ্যমত কিমৰ মৃত্যুৰ খবৰ দিছিল । ইফালে ১৫ এপ্ৰিলত ককা কিম ইল চুংগৰ বছেৰেকীয়া অনুষ্ঠানত অংশ গ্ৰহণ নকৰিছিল কীমে। ইয়াৰ পিছৰ পৰা এই সন্দৰ্ভত চৰ্চা অব্যাহত আছে। কাৰণ পূৰ্বতে যিকোনো পাৰম্পৰিক অনুষ্ঠানত অংশ গ্ৰহণ নকৰাকৈ নাথাকে কিম জঙে ৷ কিছুমান সমালোচকৰ মতে নিজকে আধুনিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ কিম পৰম্পৰাৰ বিপৰীত মেৰুত অৱস্থান কৰিছে। কিমে প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁ পূৰ্বজসকলৰ দৰে নহয় । এই সন্দৰ্ভত দক্ষিণ কোৰিয়াৰ এখন সংবাদ পত্ৰ ডেইলী” প্ৰকাশ পোৱা অনুসৰি ১২ এপ্ৰিলত কিমৰ কাৰ্ডিঅ’বেস্কুলৰ চাৰ্জাৰী হৈছিল ৷ তথ্য অনুসৰি কীমে অত্যাধিক চিগাৰেট সেৱন কৰে । লগতে কীমৰ মেদবহুলতাৰ সমস্যা আছে ৷ অৱশ্যে সম্প্ৰতি কীমৰ স্বাস্থ্যৰ অৱস্থা সুস্থ ৷  অৱশ্যে শেহতীয়াকৈ কীম জং উনৰ সুস্থ থকা বাতৰিয়ে সকলো খবৰক নসাৎ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19FIGHT AGAINST COVID-19Kim Jong-unKim Yo-jongNorth KoreaWORLD FIGHTS CORONA
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d