বিটিচিত ৰাজ্যপালৰ শাসন : আজি আদালতলৈ বিপিএফ 

Hagrama Mohilary 1

বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হোৱাৰ পাছত সাংবাদিকৰ সন্মুখত মত ব্যক্ত কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে ৰাজ্যপালে আমাক কথা মনা নাই | মই এতিয়াও চীফ হৈ আছো | আজি আদালতত  পিআইএল ফাইল কৰিম|

Exit mobile version