মহানগৰীত পুনৰ আৰম্ভ হ’ল চিটীবাছ সেৱা

BUS 4

Commuters try to travel in a city bus after state authorities eased restrictions, during the ongoing COVID-19 nationwide lockdown, in Guwahati, Monday,

♦অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি পৰিবহন বিভাগে সোমবাৰৰ পৰা মহানগৰীত আৰম্ভ কৰিলে চিটীবাছ সেৱা ৷

♦তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ শিথিলতাৰ পিছতেই আজিৰে পৰা আৰম্ভ হৈছে বাছ সেৱা ৷

♦সোমবাৰে মহানগৰীত চলিল ১০০ খন চিটীবাছ ৷

♦ৰাজ্যখনত আন্তঃজিলা যাত্ৰী পৰিবহণৰ বাবে চলোৱা হৈছে ২১৪ খন বাছ ৷

♦পৰিবহন বিভাগে এই বাছসমূহত জনস্বাস্থ্যৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ নিৰ্দেশনাৱলী দিছে।

♦প্ৰতিখন বাছতে ৫০ শতাংশৰ অধিক আসন খালী ৰখা হ’ব ৷

♦সৰু গাড়ীসমূহত দুজনকৈ যাত্ৰী থাকিব নোৱাৰিব ।

♦বাছত যাত্ৰী থিয় হৈ যোৱাটো সম্পূৰ্ণৰূপে বন্ধ ৷

♦মংগলবাৰে মহানগৰীত চলাচল কৰা বাছৰ সংখ্যা ১০০ খনলৈ বৃদ্ধি।

♦পৰিবহন বিভাগে উত্তৰ পূবৰ আন ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলক অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

♦সেইদৰে অসমত আৱদ্ধ হৈ থকা লোকসকলকো ঘৰলৈ ঘুৰি যোৱাৰ সুবিধা পৰিবহন নিগমৰ ।

Exit mobile version