দেশত অব্যাহত থকা তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ মাজতে বুধবাৰে অসম-পশ্চিম বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল | তাত তেওঁ কৰ্তব্যৰত বিষয়া, চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু সুৰক্ষা বাহিনীৰ স’তে এক মত বিনিময় অনুষ্ঠানত অংশ লয় । তেওঁ কয় যে অসমৰ বাবে এই প্ৰৱেশদ্বাৰৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। ক’ভিড-১৯ পৰীক্ষাৰ বাবে ইয়াত থকা ব্যৱস্থাৰ লগতে সামগ্ৰিক প্ৰশাসনিক ব্যৱস্থাৰ আজি বিশদভাৱে বুজ লওঁ ।
অসম-বংগৰ সীমান্ত শ্ৰীৰামপুৰত মুখ্যমন্ত্ৰী সোণোৱাল
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19LockdownSarbananda Sonowal
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026