মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল | গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ শিক্ষাৰ্থী ডাঃ লিথিকেশ বি এছ কৰ’নাত আক্ৰান্ত | বৃহস্পতিবাৰে তেওঁ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে | ডাঃ লিথিকেশ দক্ষিণাত্যৰ ছাত্ৰ | যোৱা চাৰি মে’ পৰা ক’ভিডৰ স্কেনিং টেষ্টৰ দায়িত্বত আছিল | ২৭ এপ্ৰিলতে তেওঁৰ দেহত চিন্তন দেখা দিছিল | ৩০ এপ্ৰলিত এখন ৱৰ্কচপত অংশ লৈছিল | তেওঁ নিজেই নমুনা পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিছিল | ইতিমধ্যেই তেওঁৰ সংস্পৰ্শলৈ অহা ৩৮৬ জনক কোৱাৰেণ্টাইন কৰা হৈছে | ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰসহ কেবাজনো চিকিৎসক, প্ৰশাসনৰ লোকৰ লগতে তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে | ইতিমধ্যে ডাঃ লিথিকেশে থকা এক নম্বৰ ছাত্ৰবাস কণ্টেইনমেন্ট জন হিচাপে চিহ্নিত কৰা হৈছে আৰু তেওঁ কেবাদিনো খাদ্য গ্ৰহণ কৰিবলৈ যোৱা পাঁচ নম্বৰ ছাত্ৰবাসও কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে |
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰসহ ৩৮৬ জনক কোৱাৰেণ্টাইন
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACORONAVIRUSCovid-19FIGHT AGAINST COVID-19GMCH
Related Content
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
By
publisher
April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
By
publisher
April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
By
publisher
April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
By
publisher
April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
By
publisher
April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
By
publisher
April 23, 2026