কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ ( চি বি এছ ই ) দশম আৰু দ্বাদশ শ্ৰেণীৰ বাকী ৰৈ যোৱা পৰীক্ষা সমূহ জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰা হব। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিৱালে এই কথা সদৰী কৰে। কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এই পৰীক্ষা সম্পূৰ্ণকৈ অনুষ্ঠিত হোৱা নাছিল। ‘এই বাকী থকা পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰী সকলে গভীৰ ভাৱে অপেক্ষা কৰি আছে। আজি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল যে ১ ৰ পৰা ১৫ জুলাইলৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।’ মন্ত্ৰীজনে এনেদৰে কয় । যোৱা১৬ মাৰ্চত দেশজুৰি ক’ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে স্কুল কলেজ বন্ধ কৰি দিয়া হৈছিল।
চি বি এছ ইৰ বাকী ৰোৱা দশম দ্বাদশ শ্ৰেণীৰ পৰীক্ষা হ’ব জুলাইত
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACBSECovid-19FIGHT AGAINST COVID-19Lockdown
Related Content
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
By
publisher
April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
By
publisher
April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ'চিয়েল মিডিয়া
By
publisher
April 24, 2026