- ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
- পুনৰ দুজন লোকৰ শৰীৰত কৰ’না ভাইৰাছ ৷
- স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷
- কাছাৰ জিলাৰ দুজন ব্যক্তিৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ৷
- সম্প্ৰতি ৰাজ্যত কৰ’না ৰোগীৰ সংখ্যা ১০৬ জনলৈ বৃদ্ধি ৷
- ইয়াৰ বিপৰীতে সুস্থ হৈছে ৪১জন, চিকিৎসাধীন হৈ আছে ৬০ জন,আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩জনৰ ৷
ADVERTISEMENT