Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বছৰৰ প্ৰথমটো বানত প্লাৱিত বহু অঞ্চল

publisher by publisher
May 23, 2020
in Assam, News
Reading Time: 1 min read
0
বছৰৰ প্ৰথমটো বানত প্লাৱিত বহু অঞ্চল
2
SHARES
21
VIEWS
ShareShareShareShare

বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নৈ উপনৈসমূহ ফেনে ফোটোকাৰে বাঢ়ি অহাত বিস্তীৰ্ণ অঞ্চল বুৰ গৈছে ।ঠায়ে ঠায়ে বাঢ়নী পানীয়ে শ শ বিঘা পকা বৰো ধানৰ খেতিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে মথাউৰিৰো ক্ষতিসাধন কৰিছে ৷ইপিনে লখিমপুৰ জিলাৰ ৰঙানদীৰ জলপৃষ্ঠ ফেনে ফোটোকাৰে বৃদ্ধি পোৱাত নিপকোৱে পানী এৰি দিয়াত ২০ খন গাঁও জলমগ্ন হৈ পৰিছে। আনহাতে ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি ভূটান চৰকাৰে এৰি দিয়ে কুৰিশ্বু বান্ধৰ পানী ৷ভূটান চৰকাৰে এৰি দিয়া পানীৰ ফলত বেঁকী নৈত ব্যাপক মাত্ৰাত বৃদ্ধি পাইছে জলস্তৰ।

ADVERTISEMENT

নিপকোৰ পানীত জলমগ্ন ২০ খন গাঁও
ৰঙানদী জলপৃষ্ঠ বৃদ্ধি পোৱাত যোৱা নিশা নিপকোৱে প্ৰতি ছেকেণ্ডত ৩৫ঘন মিটাৰকৈ পানী এৰি দিয়াত সংহাৰী ৰূপ লৈ নৈখনৰ বাঢ়নী পানীয়ে পানীগাওঁ,আমতলা,পাঁচনৈ আদিকে ধৰি ২০ খন গাঁও জলমগ্ন কৰি তোলে ৷ নৈখনৰ বাঢ়নী পানীয়ে আমতলা অঞ্চলৰ চাৰিখনকৈ বাঁহৰ দলং উটুৱাই লৈ যোৱাত স্থানীয় ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ৷ বাঢ়নী পানীয়ে গাওঁকেইখনৰ বহু পৰিয়ালৰ মাছ পোহা পুখুৰী,কঠিয়াতলি আৰু কৃষিভূমি বুৰাই বিস্তৰ ক্ষতিসাধন কৰিছে ।এনেক্ষেত্ৰত নিপকোৱে যদি পুনৰ পানী এৰি দিয়ে তেনেহ’লে জিলাখনৰ বহু অঞ্চল বানত বুৰ যোৱাটো খাটাং হৈ পৰিছে ৷

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

ভূটানে এৰিলে কুৰিশ্বুৰ বান্ধৰ পানী
দেশত বিভীষিকাময় পৰিবেশৰ সময়তে ভূটান চৰকাৰে কুৰিশ্বুৰ বান্ধৰ পানী এৰি দিয়াত বেঁকী নদীকে ধৰি আন আন নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে৷ইতিমধ্যে বিপদসীমাৰ ওপৰেৰে পাৰ হৈ বৈ গৈছে বেঁকী নদীৰ পানী ৷বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বেঁকীকে ধৰি আন নদীসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ মাজতে ভূটান এইদৰে পানী এৰি দিয়াত বৰপেটা জিলাৰ কলগাছিয়া আৰু বৰনগৰ ৰাজহ চক্ৰৰ ২০ খন গাঁও ইতিমধ্যে জলমগ্ন হৈ পৰিছে ৷

নগাঁৱত বৰপানী নৈৰ তাণ্ডৱ
ইপিনে,বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ মাধৱপাৰা আৰু পমিলাঝাৰণিৰ মথাউৰিৰ দুঠাইত ছিঙি তাণ্ডৱ চলায় ।মথাউৰিটোৰ ছিঙা অংশৰে পানী সোমাই আজি পমিলা নদীৰ পাৰ,কাঠনী,ৰজাআলি,হাতীখুঁটি ,উজানমাৰী,আলিটাঙনীকে ধৰি কে’বাখনো গাঁও বুৰাই পেলায়। তলাবন্ধ আৰু আমপানৰ আতংকৰ মাজতে কৃষকৰ একমাত্ৰ আশাৰ সম্বল পকা বৰো ধানৰ খেতিপথাৰ নিমিষতে বৰপানী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত মূৰে কপালে হাত কৃষকসকলে ৷

ওদালগুৰিত জামপানী নৈৰ জলপৃষ্ঠ বৃদ্ধি
ভয়ানকভাৱে বৃদ্ধি পাইছে ওদালগুৰি ভৈৰৱকুণ্ডৰ মাজেৰে পাৰ হৈ যোৱা ধনশিৰি নদীৰ জলপৃষ্ঠ ৷নৈখনৰ পানী যোৱাৰ নিশাৰে পৰা বৃদ্ধি পোৱাত আতংকিত হৈছে জিলাবাসী ৷ইয়াৰ মাজতে অৰুণাচল প্ৰদেশৰ পৰা নাৰগাম নদী তথা ভূটানৰ পৰা বৈ অহা জামপানী,দৈফাম নদীয়ে নামনি অঞ্চললৈ বৈ আহি ভৈৰৱকুণ্ডত মিলিত হৈ ধনশ্ৰীত মিলিত হৈছে ৷

হাজোত ফেনে ফোটোকাৰে বাঢ়িছে পুঠিমাৰী নৈ
যোৱা নিশাৰে পৰা পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে আতংকিত কৰিছে বৃহত্তৰ হাজো অঞ্চলৰ ৰাইজক ৷ বিগত বৰ্ষত পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে আঠগাঁও,সোণাপুৰ আৰু কচুৱাৰবৰীৰ তিনিটাকৈ স্থানত মথাউৰি ছিঙি কে’বাখনো গাঁও বুৰাই পেলাইছিল ৷কিন্তু এতিয়াও সেয়া উন্মুক্ত হৈ থকাত বাঢ়নী পানীয়ে আতংকিত কৰি তুলিছে ৰাইজক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCovid-19FloodLockdown
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d