Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

মালাৰ পৰিৱৰ্তে মাস্ক সলনি কৰিলে দৰা-কইনাই

publisher by publisher
May 23, 2020
in COVID-19
Reading Time: 1 min read
0
মালাৰ পৰিৱৰ্তে মাস্ক সলনি কৰিলে দৰা-কইনাই
1
SHARES
9
VIEWS
ShareShareShareShare

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা তলাবন্ধই প্ৰতিটো ক্ষেত্ৰতে প্ৰভাৱ পেলাইছে । চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰেই সম্পাদন কৰিবলগীয়া হৈছে উৎসৱ-পাৰ্বনৰ লগতে সামাজিক ৰীতি । আনকি বিবাহ সম্পন্নৰ ক্ষেত্ৰতো সকলোৱে মানি চলিবলগীয়া হৈছে কঠোৰ নীতি-নিয়ম । সমান্তৰালভাৱে সলনি হৈছে পৰম্পৰা । ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে ইয়াৰ দ্বাৰা যাতে সমাজৰ আন ১০ জনৰ ক্ষতি সাধন নহয় তাৰ বাবে সকলোৱে সতৰ্কতা অৱলম্বন কৰিছে ।আনকি জীৱন সংগীৰ স’তে অগ্নিৰ সাক্ষী হোৱাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।দৰা-কইনাই পৰস্পৰক মালা পিন্ধোৱাটো ভাৰতীয় বিবাহৰ এক পৰম্পৰা ।

ADVERTISEMENT

পিছে তলাবন্ধৰ মাজত বিবাহ সম্পন্ন কৰিবলগীয়া হোৱা বাবে এইবাৰ দৰা-কইনাই পৰস্পৰক মালা পিন্ধোৱাৰ পৰিৱৰ্তে পিন্ধালে মাস্ক।সামাজিক দূৰত্ব বজাই ৰাখি বিবাহ কাৰ্য সম্পন্ন কৰাৰ লগতে মালাৰ পৰিৱৰ্তে মাস্ক পিন্ধোৱা দৃশ্য দেখা গ’ল ৰাজস্থানৰ যোধপুৰত।সকলোৰে দৃষ্টি আকৰ্ষণ কৰে এই বিষয়টোৱে । দৰাৰ কূৰ্তা আৰু কইনাৰ লেহেংগাৰ মাজত বান্ধোন আছিল যদিও দৰা-কইনাৰ ডিঙিত নাছিল মালা । ইয়াৰ পৰিৱৰ্তে দৰা-কইনাই মাস্ক সলনি কৰাৰ দৃশ্যই সকলোৰে চৰ্চাৰ বিষয় হৈ পৰে । সুকলমে সম্পন্ন হোৱা উক্ত বিবাহত উপস্থিত উপস্থিত সকলোৱে মাস্ক পৰিধান কৰিছিল । উপস্থিত লোকসকলৰ বাবে হেণ্ড ছেনিটাইজাৰৰো ব্যৱস্থা কৰা হৈছিল ।উল্লেখ্য যে যোৱা ১৭মে’ৰ বিয়লিৰ পৰা বলবৎ হোৱা চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সময়ত বিবাহত সৰ্বাধিক ৫০জন লোকৰ উপস্থিতিৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল।

RelatedPosts

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ

ৰাজস্থানত পেলেষ্টাইনৰ সমৰ্থনত প’ষ্টাৰ! ভাৰত এৰিবলৈ নিৰ্দেশ বিদেশী দম্পতীক

সুৰামত্ত চালকৰ গাড়িৰ খুন্দাত এজনৰ মৃত্যু, ১৪ জন আহত

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19FIGHT AGAINST COVID-19JodhpurLockdownRajasthan
publisher

publisher

Related Posts

মোডীৰ স’তে সাক্ষাৎ কৰাৰ পূৰ্বে কৰিব লাগিব RT-PCR, নির্দেশ মন্ত্রীসকলক
COVID-19

June 11, 2025
ভাৰতত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ , সক্ৰিয় ৰোগী ৬৪৯১, উদ্বেগ বাঢ়িছে কেৰালা আৰু গুজৰাটত  

June 10, 2025
Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

June 6, 2025
UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !
India

May 8, 2024
‘Disease X’ Looms As A Potential Global Threat:কৰ’নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স’!
International

‘Disease X’ Looms As A Potential Global Threat:কৰ’নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স’!

September 27, 2023
Covid Update : এমাহত বিশ্বত ক’ৰনাত মৃত্যু ১৪ হেজাৰ ! দেশত নিম্নমুখী সংক্ৰমণ

April 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d