■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
ADVERTISEMENT
■ ৰাজ্যত পুনৰ ১০ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।
■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ৪ জন মৰিগাঁৱৰ ,২ জন নলবাৰীৰ আৰু নগাঁও, হোজাই, গোলাঘাট, যোৰহাটৰ ১ জনকৈ ৷
■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷
■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ৫৪ জন, চিকিৎসাধীন হৈ আছে ২৬৮ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিজন ৷