Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

অসহায় আমেৰিকা! তিনিমাহত লক্ষাধিকৰ মৃত্যু কৰ’না ভাইৰাছত

publisher by publisher
May 29, 2020
in COVID-19, News
Reading Time: 1 min read
0
প্ৰতিষেধক অবিহনেই কৰ’নাই এই পৃথিৱীৰ পৰা বিদায় ল’বঃ ড’নাল্ড ট্ৰাম্প
1
SHARES
10
VIEWS
ShareShareShareShare

বিশ্বৰ সৰ্বশক্তিমান দেশৰূপে খ্যাতি অর্জা আমেৰিকাৰ শক্তিক লৈ লাহে লাহে প্ৰশ্ন উত্থাপন হব’লৈ ধৰিছে । স্বাস্থ্য, আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি উন্নত চিকিৎসা ব্যৱস্থা এই সকলোবোৰক লৈ আমেৰিকাই সদায়ে নিজকে জাহিৰ কৰি আহিছে; কিন্তু এই অহংকাৰ যে অতি থুনুকা সেয়া প্ৰমাণ কৰিলে ক’ভিড-১৯ সংক্রমণ। মাত্ৰ তিনিমাহৰ ভিতৰত মাৰ্কিন মুলুকত মৃতকৰ সংখ্যা এক লাখ অতিক্ৰম কৰিলে।বিশ্বৰ আন কোনো দেশ ইয়াৰ ওচৰে-পাজৰেও নাই। আমেৰিকাৰ পাছতে দ্বিতীয় স্থানত থকা ব্ৰাজিলত প্ৰায় ২৬হেজাৰ লোকৰ মৃত্যু হৈছে। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পাৰ প্ৰশাসনে অসহায়তা প্ৰকাশ কৰি মৃতদেহৰ সংখ্যা গণনা কৰাৰ বাহিৰে আৰু একো কৰিব পৰা নাই।

ADVERTISEMENT

জন হপকিন্স বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি যোৱা নিশাই মৃতকৰ সংখ্যাই আমেৰিকাত এক লাখ অতিক্ৰম কৰিলে। আজি পুৱা পৰ্যন্ত ৰাষ্ট্ৰ খনত ১,০২,১০৭জনৰ মৃত্যু হৈছে আৰু আন ১৮হেজাৰৰ অৱস্থা আশংকাজনক।সংক্ৰমণৰ সংখ্যা আৰু সংক্ৰমিতৰ সংখ্যাৰ ক্ষেত্ৰতো বিশ্বৰ ভিতৰতে আমেৰিকাৰ অৱস্থা অতি শোচনীয়।দেশখনত এই পৰ্যনত প্ৰায় ১৭.৫০ লাখ মানুহ সংক্ৰমিত হৈছে। অর্থাৎ প্ৰতি ১০ লক্ষ জনসংখ্যাৰ ৫২৭৭ জন সংক্ৰমিত হৈছে। প্ৰতি ১০ লক্ষৰ ভিতৰত মৃত কৰ সংখ্যা ৩০৯ জন।কোনোপধ্যেই মৃত্যুৰ মিছিলত লেকাম টানিব পৰা নাই ট্ৰাম্প প্ৰশাসনে।ইয়াৰ উপৰি আর্থিক সংকটৰ ক’লা মেঘে ছানি ধৰিছে ৰাষ্ট্ৰ খনক।এই ক্ষেত্ৰতো বিপৰ্যস্ত হৈছে মাৰ্কিন মুলুক। ৰাষ্ট্ৰখনত বৃদ্ধি পাইছে নিবনুৱাৰ হাৰ আৰু ইয়াৰ সমান্তৰাল ভাৱে তলাবন্ধ প্ৰত্যাহাৰৰ দাবী বিক্ষোভ অব্যাহত আছে।

RelatedPosts

Removal of US Navy Secretary John Phelan:মাৰ্কিন প্ৰশাসনত অঘটন !

চন্দ্ৰাভিযান সামৰি পৃথিৱীলৈ উভতিল চাৰি মহাকাশচাৰী

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

বিৰোধীৰ অভিযোগ অনুসৰি আৰম্ভণিৰ ট্ৰাম্প প্ৰশাসনৰ গা এৰা দিয়া মনোভাবৰ বাবেই এই অৱস্থা হৈছে। এসময়ত ইটালী, ফ্ৰান্স, স্পেইনৰ দৰে দেশসমূহ কৰ’নাৰ ভয়াবহতাত কঁপিছিল।কৰ’নাৰ সংক্ৰমণে ব্ৰিটেইনকো থকা-সৰকা কৰিছে যদিও এই দেশ সমূহত একপ্ৰকাৰ সংক্ৰমণ নিয়ন্ত্ৰধীন কৰিবলৈ সক্ষম হৈছে চৰকাৰ। এই ক্ষেত্ৰত একেবাৰে বিফল হৈছে আমেৰিকা। তাৎপৰ্যপূৰ্ণ ভাৱে বাকী দেশ সমূহৰ তুলনাত আমেৰিকাত কৰ’নাৰ ভয়াবহতা বহু দেৰিকৈ আৰম্ভ হয়। ৰাষ্ট্ৰ খনত প্ৰথমজন আক্রান্তৰ মৃত্যু হয় ২৬ ফেব্ৰুৱাৰীত। আজি পর্যন্ত মাৰ্কিন মুলুকত মৃতকৰ সংখ্যা এক লক্ষ অতিক্ৰম কৰিলে। ৰাষ্ট্ৰপতি ট্ৰাম্পে অৱশ্যে এই মৃত্যুৰ দায়িত্ব ল’বলৈ আগ্ৰহী নহয়। তেওঁৰ মতে, এনে পৰিস্থিতিৰ বাবে দায়ী চীন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Corona VirusCovid-19DONALD TRUMP
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d