Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Removal of US Navy Secretary John Phelan:মাৰ্কিন প্ৰশাসনত অঘটন !

ইৰাণৰ বিৰুদ্ধে যুঁজ অব্যাহত থকাৰ মাজতে মাৰ্কিন নৌসেনাৰ সচিব জন ফেলানক অপসাৰণ, ফেলানৰ অপসাৰণৰ কথা ঘোষণা পেন্টগনৰ মুখপাত্র ছিয়ান পার্নেলৰ

publisher by publisher
April 23, 2026
in International, News
Reading Time: 1 min read
0
Removal of US Navy Secretary John Phelan:মাৰ্কিন প্ৰশাসনত অঘটন !
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

Removal of US Navy Secretary John Phelan:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-আমেৰিকাৰ নৌসেনাৰ সচিব জন ফেলানক পদৰ পৰা অপসাৰণ কৰা হৈছে। বুধবাৰে এই কথা ঘোষণা কৰে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনে। পেন্টাগনে উল্লেখ কৰিছে যে নৌসেনাৰ সচিব জন ফেলনে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ড’নাল্ড ট্ৰাম্প প্ৰশাসনে অপসাৰিত কৰে । ফেলনৰ অপসাৰণ এনে এক সময় কৰা হৈছে ,যিসময়ত আমেৰিকাৰ নৌসেনাই হৰমুজ প্ৰণালী আশে-পাশে ইৰাণৰ বন্দৰসমূহত অৱৰোধ কৰাৰ বাবে প্ৰস্তুতি চলাইছে। কাৰ্যত ইয়াৰ দ্বাৰা আমেৰিকা প্ৰশাসনৰ ভিতৰত হোৱা অস্থিৰতাক পুনৰ প্ৰতিফলিত হৈছে। ইৰাণৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ট্ৰাম্প প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় পদবীধাৰীয়ে পদত্যাগ কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে পেন্টাগনৰ মুখ্য মুখপাত্ৰ ছিয়ান পার্নেলে ফেলানৰ অপসাৰণৰ কথা ঘোষণা কৰি আমেৰিকাৰ নৌসেনাত তেওঁ কৰা সেৱাৰ বাবে তেওঁক ধন্যবাদ জনায়। কিন্তু পাৰ্নেলে তেওঁৰ হঠাতে যোৱাৰ কাৰণ উল্লেখ কৰা নাছিল। পাৰ্নেলে কয় যে নৌসেনাৰ নতুন ভাৰপ্ৰাপ্ত সচিব হ’ব সহ: সচিব হাং কাও।

মনকৰিবলগীয়া যে মাৰ্কিন সংবাদ পত্ৰ গাৰ্ডিয়ানে দাবী কৰিছে যে প্ৰতিৰক্ষা সচিব পিট হেগছেথ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াৰ সৈতে ফেলানৰ কেতবোৰ বিষয়ক লৈ মতানৈক্য হৈছিল। যাৰ বাবে তেওঁৰ ওপৰত ক্ষুন্ন হৈছিল হোৱাইট হাউচ । শেষত এনেবোৰ কাৰণতে ট্ৰাম্প প্ৰশাসনে ফেলানক অপসাৰণ কৰিবলৈ তৎপৰ হৈ পৰে ৷ ইয়াৰ আন সেনাবাহিনীৰ শীৰ্ষ বিষয়া জেনেৰেল ৰেণ্ডী জৰ্জক অপসাৰণ কৰাৰ সমান্তৰালভাৱে যোৱা ডেৰটা পষেকত সপ্তাহত কেইবাজনো শীৰ্ষ জেনেৰেল, এডমিৰেল আৰু অন্যান্য বিষয়াক অপসাৰণ কৰা হৈছিল।

স্মতৰ্ৱ্য যে নৌসেনাৰ অপসাৰিত সচিব জন ফেলানৰ কোনো সামৰিক পটভূমি নাই। ২০২৪ চনৰ শেষৰ ফালে ড’নাল্ড ট্ৰাম্পে নৌসেনাৰ সচিব পদৰ বাবে মনোনীত কৰিছিল।ফেলানে ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ডাঙৰ দাতা আছিল আৰু ৰুগাৰ মেনেজমেণ্ট এল এল চি নামৰ এটা ব্যক্তিগত বিনিয়োগ সংস্থা প্ৰতিষ্ঠা কৰিছিল। ইৰাণৰ সংঘাতৰ মাজতে ফেলানে পদত্যাগ সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই ৰাষ্ট্ৰপতি ড’না ট্ৰাম্পে ।

ইপিনে ,নৌসেনাৰ নতুন সচিব হিচাপে নিযুক্তি দিয়া হৈছে হাং কাওত৷ বৰ্তমান নৌসেনাৰ উপ-সচিব ৰূপে কাৰ্যৰত হাং কাওৱে এতিয়াৰ পৰা আমেৰিকাৰ নৌসেনাৰ ভাৰপ্ৰাপ্ত মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ২৫ বছৰীয়া নৌসেনাৰ অভিজ্ঞতা থকা কাওৱে ২০২৫ চনৰ অক্টোবৰ মাহত উপ -সচিবৰ পদ গ্ৰহণ কৰে।তেওঁ ১০ লাখ নৌসেনা, মেৰিন কৰ্পছ আৰু অসামৰিক কৰ্মচাৰীৰ তদাৰক কৰে আৰু বাৰ্ষিক ২৫০ বিলিয়ন ডলাৰৰ বাজেট পৰিচালনা কৰে।

উল্লেখযোগ্য কাও ১৯৭৫ চনত ভিয়েটনামী শৰণাৰ্থী হিচাপে আমেৰিকালৈ আহিছিল চাইগনৰ পতনৰ পিছত। ১৯৮৯ চনত নৌসেনাত নাৱিক নিযুক্তি হিচাপে যোগদান কৰা কাওৱে ১৯৯৬ চনত আমেৰিকাৰ নৌসেনা একাডেমীৰ পৰা বিশেষ অভিযান বিষয়া হিচাপে কমিচন লাভ কৰি নৌ বিষয়া ৰূপে নিযুক্তি লাভ কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPJohn PhelanPentagonRemoval of US Navy Secretary
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d