ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১১৮৫ জনলৈ বৃদ্ধি

WhatsApp Image 2020 05 30 at 10.10.29 PM

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ ৰাজ্যত পুনৰ ৮৫ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ২৬ জন কোকৰাঝাৰ আৰু চিৰাঙৰ, ২০ জন হাইলাকান্দিৰ, ১৩ জন কামৰূপৰ, ১৩ জন ডিব্ৰুগড়ৰ, ৯ জন যোৰহাটৰ, ২ জন গোলাঘাটৰ আৰু ২ জন কাছাৰৰ ।

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ১৬৩ জন, চিকিৎসাধীন হৈ আছে ১০১৫ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিজন ৷

Exit mobile version