Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Abvp:আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল দ্বাৰা এবিভিপিৰ SEIL যাত্ৰাৰ উদ্বোধন

ৰাষ্ট্ৰীয় একত্মতা বৃদ্ধিৰ বাবে ১৯৬৬ চনৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হৈ আহি এই SEIL যাত্ৰা

publisher by publisher
January 22, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Abvp:আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল দ্বাৰা এবিভিপিৰ SEIL যাত্ৰাৰ উদ্বোধন
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Lok Kalyan Diwas: ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত লোকপ্রিয় গোপীনাথ বৰদলৈৰ স্মৃতি দিৱস উদযাপন

আই আই টি দিল্লী সমাৱৰ্তনত এইবাৰ ২৬% স্নাতক মহিলা!

Abvp :দেশত ক’চিং ইনষ্টিটিউটৰ বাবে নীতি নিৰ্ধাৰণৰ দাবী এবিভিপিৰ

Abvp:

উত্তৰ-পূব ভাৰত আৰু ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ মাজৰ সম্পৰ্ক আৰু অধিক দৃঢ় আৰু সাংস্কৃতিক আদান- প্ৰদানৰ উদ্দেশ্যেৰে ১৯৬৬ চনতেই আৰম্ভ হোৱা SEIL কাৰ্য্যক্ৰমৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ২৪০ গৰাকী জনজাতীয় ছাত্ৰ- ছাত্ৰীক ভাৰতবৰ্ষৰ অন্য প্ৰান্তলৈ এক শৈক্ষিক ভ্ৰমণৰ উদ্দেশ্যেৰে লৈ যোৱা হ’ব।

ADVERTISEMENT

২০২৫ বৰ্ষৰ এই SEIL অৰ্থাৎ আন্তঃ ৰাজ্য ছাত্ৰ জীৱন দৰ্শন প্ৰকল্পৰ আৰম্ভণি অনুষ্ঠান গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী কাঁহিকুচিস্থিত “ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান” চমুকৈ SIPRDত আজি অনুষ্ঠিত হয়।

আজি অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত উত্তৰ- পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা অহা জনজাতীয় ছাত্ৰ- ছাত্ৰী সকলক সৰ্বমুঠ ৮ টিকৈ দলত বিভক্ত কৰা হয় আৰু কাইলৈ তেওঁলোক নিজৰ নিজৰ দল অনুসৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা আৰম্ভ কৰিব। ২৩ জানুৱাৰী ২০২৫ তাৰিখৰ পৰা ১২ ফেব্ৰুৱাৰী ২০২৫ লৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শৈক্ষিক ভ্ৰমণ কৰি পুন তেওঁলোক গুৱাহাটীত উপস্থিত হ’ব ।

গুৱাহাটীত উপস্থিতিৰ পাছত ১৩ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত এই SEIL কাৰ্যক্ৰমৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই সমগ্ৰ যাত্ৰাটোত তেওঁলোকে ভাৰতৰ বিভিন্ন ৰাজ্যৰ সংস্কৃতি, খাদ্য,আচাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতিৰ বিষয়ে অৱগত হোৱাৰ সুযোগ আৰু সুবিধা লাভ কৰিব।

উল্লেখযোগ্য যে ১৯৬৬ চনতেই উত্তৰ পূব ভাৰতৰ লগত ভাৰতবৰ্ষৰ অনান্য প্ৰান্তৰ মাজত সাংস্কৃতিক আদান প্ৰদানৰ দ্বাৰা ৰাষ্ট্ৰীয় একাত্মতা বৃদ্ধিৰ উদ্দেশ্যৰে প্ৰতি বছৰে এবিভিপিয়ে আন্তঃ ৰাজ্য ছাত্ৰ জীৱন দৰ্শন অৰ্থাৎ SEIL কাৰ্যক্ৰমৰ আয়োজন কৰি আহিছে।

আজি অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সহঃ সাংগঠনিক গোবিন্দ নায়ক, ৰাষ্ট্ৰীয় সম্পাদক কমলেশ সিং, উত্তৰ পূব ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নয়নকে প্ৰমূখ্য কৰি বহু কেইজন বিশিষ্ট অতিথি।

অনুষ্ঠানত উপস্থিত থাকি আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহালে এই একাত্ম যাত্ৰাক অংশগ্ৰহণ কৰা ছাত্ৰ- ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰি এই যাত্ৰাই আমাক আমাৰ দেশ খনক আৰু অধিক বিস্তাৰিত ভাবে বুজি পোৱাত সহায় কৰিব বুলি উল্লেখ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ABVPEducational tourIITSEILSrimanta Sankaradeva Kalakshetra
publisher

publisher

Related Posts

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d