■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
■ পুনৰ ৬৭ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।
■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ১৬ জন তিনিচুকীয়া,১০ জন গোৱালপাৰা, ন জন কোকৰাঝাৰ, সাত জনকৈ শিৱসাগৰ আৰু নগাঁও,পাঁচ জন শোণিতপুৰ, তিনিজন কৰিমগঞ্জ ,কামৰূপ, গোলাঘাট আৰু বাকসা জিলাৰ দুজনকৈ |
■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷
ADVERTISEMENT
📌Alert ~ 67 new cases of #COVID19+
16 Tinsukia, 10 Goalpara, 9 Kokrajhar, 7 Sivasagar, 7 Nagaon, 5 Sonitpur, 3 Karimganj, 2 Kamrup, 2 Golaghat, 2 Baksa
↗️Total cases 1339
↗️Recovered 185
↗️Active cases 1147
↗️Deaths 04Update 10:45PM/May 31/Day's total 123#AssamCovidCount pic.twitter.com/MN5WmPYtT8
— Himanta Biswa Sarma (@himantabiswa) May 31, 2020