ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১৩৩৯ জনলৈ বৃদ্ধি

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ পুনৰ ৬৭ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ১৬ জন তিনিচুকীয়া, ১০ জন গোৱালপাৰা, ৯ জন কোকৰাঝাৰ, ৭ জনকৈ শিৱসাগৰ আৰু নগাঁও, ৫ জন শোণিতপুৰ, ৩জন কৰিমগঞ্জ , কামৰূপ, গোলাঘাট আৰু বাকসা জিলাৰ দুজনকৈ |

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

Exit mobile version