■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
ADVERTISEMENT
■ ৰাজ্যত পুনৰ ৮৪ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।
■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ৩০ জন ডিমা হাছাওৰ, ২০ জন হোজাইৰ, ১৪ জন বিশ্বনাথৰ, ১০ জন ডিব্ৰুগড়ৰ, ৩ জন কামৰূপৰ, ২ জন কৰিমগঞ্জৰ, ২ জন বিমানবন্দৰৰ, ১ জন কাছাৰ, ১ জন ওদালগুৰি আৰু ১ জন লখিমপুৰৰ।
■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷
■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ৪১৩ জন, চিকিৎসাধীন হৈ আছে ১৩৩৬ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিজন ৷