প্ৰসংগঃ কৰ’না ভাইৰাছ

123597 coronavirus 2

■ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পুনৰ কৰ’নাত আক্ৰান্ত লোক।
■ চিকিৎসাধীন কৰ্কট ৰোগীৰ শৰীৰত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।
■ বি বৰুৱা প্ৰতিষ্ঠানত ৰোগী-অভিভাৱকৰ প্ৰৱেশ বন্ধ কৰা হৈছে।
■ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কৰ’নাত আক্ৰান্ত হিচাপে চিনাক্ত কৰা আচামীক স্বাৱৰ ৰিপ’ৰ্ট নহাকৈ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।
■ কাৰাগাৰৰ ভিতৰত নাই কোৱাৰেণ্টাইনৰ কোনো ব্যৱস্থা।
■ ইয়াৰ বিপৰীতে নতুনকৈ অহা আচামীক ৰখা হয় সকলোৰে লগত ।
■ ১ জুনত কাৰাগাৰলৈ অনা হৈছিল চুৰিত অভিযুক্ত জিণ্টু নাথক।

Exit mobile version