Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মিত্ৰ অগপ-বিপিএফ ৰ সমষ্টিক লক্ষ্যৰে বিজেপিৰ নির্বাচনী অভিযান

publisher by publisher
June 12, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
মিত্ৰ অগপ-বিপিএফ ৰ সমষ্টিক লক্ষ্যৰে বিজেপিৰ নির্বাচনী অভিযান
1
SHARES
10
VIEWS
ShareShareShareShare

আগন্তুক ২০২১ ৰ বিধানসভাৰ নির্বাচনত শতাধিক আসন দখলৰ লক্ষ্যৰে বিজেপিয়ে আৰম্ভ কৰিছে অভিযান। বৃহস্পতিবাৰে দলে এই অভিযানৰ বিস্তৃত কাৰ্যসূচী ঘোষণা কৰে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূতি আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূতি উপলক্ষে এই কাৰ্যসূচী ঘোষণা কৰা হৈছে বুলি সদৰী কৰিছে যদিও দলে ৫০ লাখ পৰিয়ালৰ লগত সম্পৰ্ক ৰক্ষাৰ লক্ষ্যৰে আৰম্ভ কৰিবলৈ লোৱা জনসম্পর্ক অভিযানত বিশেষকৈ বিজেপি ৰ দখলত নথকা সমষ্টিসমূহত অধিক গুৰুত্ব আৰোপ কৰিছে। লক্ষ্যণীয়ভাৱে বিজেপিয়ে মিত্ৰদল অসম পৰিষদৰ ছটা সমষ্টি আৰু বিপিএফৰ সাতটা সমষ্টিত সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে এই জনসম্পৰ্ক অভিযান কাৰ্য্যসূচীৰ জৰিয়তে অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি সদৰী কৰিছে।

ADVERTISEMENT

উল্লেখ যে মিত্ৰ দল দুটাৰ মন্ত্ৰীত্ৰয় ফণীভূষণ চৌধুৰীৰ সমষ্টি, প্ৰমীলাৰাণী ব্ৰহ্মৰ সমষ্টি আৰু ৰিহন দৈমাৰীৰ সমষ্টিত এই অভিযানত অন্তৰ্ভুক্ত হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে। কাৰণ ৰাজ্যজুৰি আৰম্ভ হ’ব লগা এই কাৰ্য্যসূচীৰ জৰিয়তে বিজেপিৰ দখলত নথকা নিৰ্দিষ্ট সমষ্টিত এই কাৰ্যসূচী মুকলি কৰিবলৈ মুৰ্খমন্ত্ৰীৰ লগতে মন্ত্ৰী, সাংসদসকলক নিৰ্বাচিত কৰা হৈছে। ফণীভূষণ চৌধুৰীৰ সমষ্টিত, প্ৰমীলাৰাণী ব্ৰহ্মৰ সমষ্টি আৰু ৰিহন দৈমাৰীৰ সমষ্টিটো এই অভিযান মুকলি কৰিবলৈ তিনিজন মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হৈছে। অহা ১৬ জুনৰ পৰা আৰম্ভ হ’ব ৰাজ্যিক বিজেপিৰ জনসম্পর্ক অভিযান আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ ৫০ লাখ পৰিয়ালক সামৰি লোৱা হ’ব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে এক সংবাদমেলত সদৰী কৰে।

RelatedPosts

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

কৌশলেৰে অগপৰ সমষ্টি কাঢ়ি নি মুখ্যমন্ত্রী ‘নিজা মানুহ’ক সংস্থাপিত কৰিবলৈ চেষ্টা চলোৱাৰ চৰ্চা

যোৱা ৩০ মে’ত কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় বছৰৰ প্ৰথম বৰ্ষপূতি আৰু ২৪ মে’ত ৰাজ্য চৰকাৰে সফলতাৰে চাৰিটা বৰ্ষ অতিক্ৰম কৰা উপলক্ষে ৰাজ্যিক বিজেপিয়ে কেতবোৰ কাৰ্যসূচী ৰূপায়ণ কৰা বুলি গোহাঁয়ে উল্লেখ কৰি কয় যে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ মুঠ ৮ টা মৰ্চাৰ সতে এমাহজোৰা ভিডিঅ’ বার্তালাপ অনুষ্ঠানৰ আয়োজন হৈ আছে । এটা মৰ্চাৰ লগত মুঠ তিনিটা পৰ্যায়ত এনে সভা ডিজিটেল মাধ্যমৰ জৰিয়তে অনুষ্ঠিত হ’ব। মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া, জিলা মৰ্চাৰ লগতে জিলা আইটি চেল আৰু মৰ্চাৰ মণ্ডল সমূহৰ লগত এনে সভা অনুষ্ঠিত হ’ব। সভাপতি ৰঞ্জিত দাসে অংশগ্ৰহণ কৰা এই মুঠ ২৪ খন ভিডিঅ’ বার্তালাপ অনুষ্ঠান ১৫ জুনত শেষ হ’ব বুলি সম্পাদকজনে সদৰী কৰে। ক’ভিড-১৯ ৰ বাবে আগন্তুক তিনি চাৰি মাহলৈ ৰাজ্যত কোনো সভা সমিতি অনুষ্ঠিত নহয় বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে সদৰী কৰি বিজেপিয়ে এই ক্ষেত্ৰত ডিজিটেল মাধ্যমৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে বুলি কয় ।

তেওঁ কয়, ‘চলিত মাহত ৰাজ্যত তিনিখন ভাৰ্চুৱেল ৰেলী আৰম্ভ হ’ব য’ত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই দিল্লীৰ পৰা এই ৰেলী সম্বোধন কৰিব। সম্পূৰ্ণ ডিজিটেল মাধ্যমেৰে অনুষ্ঠিত হ’বলগীয়া এই ৰেলী অহা ১৮ জুনত, ২১ জুনত শিলচৰত আৰু ২৪ জুনত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব।’ এইসমূহ কাৰ্যসূচী চলিত মাহতে সম্পূৰ্ণ কৰি আত্মনির্ভৰ অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে পাঁচখনকৈ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে খেতিয়ক, ব্যৱসায়ী, বহিঃ ৰাজ্যৰ পৰা উভতি অহা শ্রমিক, উদ্যোগী আৰু জিলা মণ্ডলৰ সভাপতিসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব বুলি কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী স্বাক্ষৰিত এখন পত্ৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চাৰিবছৰীয়া কামৰ খাতিয়ান লৈ ১৬ জুনৰ পৰা ৩০ জুন পৰ্যন্ত ৰাজ্যৰ ৫০ লাখ পৰিয়ালৰ ঘৰলৈ যাব ৰাজ্যিক বিজেপি।

জনসম্পৰ্ক অভিযান শীৰ্ষক এই কাৰ্যসূচীৰ বিতং তথ্য দাঙি ধৰি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক গোহাঁয়ে কয়, ‘১৬ জুনত ১১ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্য্যসূচী আৰম্ভ কৰাৰ পাছতে মন্ত্ৰী, সাংসদ, ৰাজ্যিক বিষয়ববীয়া আৰু বিধায়কসকলে ১১.৩০ বজাত নিৰ্দিষ্ট স্থানসমূহত এই কাৰ্য্যসূচী মুকলি কৰিব। সাম্প্ৰতিক পৰিস্থিতিত সকলোকে এই কাৰ্যসূচীত সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ কোৱাৰ লগতে এটা পৰিয়াললৈ দুজন কৰ্মকৰ্তাহে যাবলৈ কোৱা হৈছে। প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্ৰী আৰু মুখমন্ত্ৰী স্বাক্ষৰিত একোখন পত্ৰ দিয়া হ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBJPRanjit Das
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d