Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মিত্ৰ অগপ-বিপিএফ ৰ সমষ্টিক লক্ষ্যৰে বিজেপিৰ নির্বাচনী অভিযান

publisher by publisher
June 12, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
মিত্ৰ অগপ-বিপিএফ ৰ সমষ্টিক লক্ষ্যৰে বিজেপিৰ নির্বাচনী অভিযান
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

আগন্তুক ২০২১ ৰ বিধানসভাৰ নির্বাচনত শতাধিক আসন দখলৰ লক্ষ্যৰে বিজেপিয়ে আৰম্ভ কৰিছে অভিযান। বৃহস্পতিবাৰে দলে এই অভিযানৰ বিস্তৃত কাৰ্যসূচী ঘোষণা কৰে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূতি আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূতি উপলক্ষে এই কাৰ্যসূচী ঘোষণা কৰা হৈছে বুলি সদৰী কৰিছে যদিও দলে ৫০ লাখ পৰিয়ালৰ লগত সম্পৰ্ক ৰক্ষাৰ লক্ষ্যৰে আৰম্ভ কৰিবলৈ লোৱা জনসম্পর্ক অভিযানত বিশেষকৈ বিজেপি ৰ দখলত নথকা সমষ্টিসমূহত অধিক গুৰুত্ব আৰোপ কৰিছে। লক্ষ্যণীয়ভাৱে বিজেপিয়ে মিত্ৰদল অসম পৰিষদৰ ছটা সমষ্টি আৰু বিপিএফৰ সাতটা সমষ্টিত সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে এই জনসম্পৰ্ক অভিযান কাৰ্য্যসূচীৰ জৰিয়তে অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি সদৰী কৰিছে।

ADVERTISEMENT

উল্লেখ যে মিত্ৰ দল দুটাৰ মন্ত্ৰীত্ৰয় ফণীভূষণ চৌধুৰীৰ সমষ্টি, প্ৰমীলাৰাণী ব্ৰহ্মৰ সমষ্টি আৰু ৰিহন দৈমাৰীৰ সমষ্টিত এই অভিযানত অন্তৰ্ভুক্ত হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে। কাৰণ ৰাজ্যজুৰি আৰম্ভ হ’ব লগা এই কাৰ্য্যসূচীৰ জৰিয়তে বিজেপিৰ দখলত নথকা নিৰ্দিষ্ট সমষ্টিত এই কাৰ্যসূচী মুকলি কৰিবলৈ মুৰ্খমন্ত্ৰীৰ লগতে মন্ত্ৰী, সাংসদসকলক নিৰ্বাচিত কৰা হৈছে। ফণীভূষণ চৌধুৰীৰ সমষ্টিত, প্ৰমীলাৰাণী ব্ৰহ্মৰ সমষ্টি আৰু ৰিহন দৈমাৰীৰ সমষ্টিটো এই অভিযান মুকলি কৰিবলৈ তিনিজন মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হৈছে। অহা ১৬ জুনৰ পৰা আৰম্ভ হ’ব ৰাজ্যিক বিজেপিৰ জনসম্পর্ক অভিযান আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ ৫০ লাখ পৰিয়ালক সামৰি লোৱা হ’ব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে এক সংবাদমেলত সদৰী কৰে।

যোৱা ৩০ মে’ত কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় বছৰৰ প্ৰথম বৰ্ষপূতি আৰু ২৪ মে’ত ৰাজ্য চৰকাৰে সফলতাৰে চাৰিটা বৰ্ষ অতিক্ৰম কৰা উপলক্ষে ৰাজ্যিক বিজেপিয়ে কেতবোৰ কাৰ্যসূচী ৰূপায়ণ কৰা বুলি গোহাঁয়ে উল্লেখ কৰি কয় যে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ মুঠ ৮ টা মৰ্চাৰ সতে এমাহজোৰা ভিডিঅ’ বার্তালাপ অনুষ্ঠানৰ আয়োজন হৈ আছে । এটা মৰ্চাৰ লগত মুঠ তিনিটা পৰ্যায়ত এনে সভা ডিজিটেল মাধ্যমৰ জৰিয়তে অনুষ্ঠিত হ’ব। মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া, জিলা মৰ্চাৰ লগতে জিলা আইটি চেল আৰু মৰ্চাৰ মণ্ডল সমূহৰ লগত এনে সভা অনুষ্ঠিত হ’ব। সভাপতি ৰঞ্জিত দাসে অংশগ্ৰহণ কৰা এই মুঠ ২৪ খন ভিডিঅ’ বার্তালাপ অনুষ্ঠান ১৫ জুনত শেষ হ’ব বুলি সম্পাদকজনে সদৰী কৰে। ক’ভিড-১৯ ৰ বাবে আগন্তুক তিনি চাৰি মাহলৈ ৰাজ্যত কোনো সভা সমিতি অনুষ্ঠিত নহয় বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে সদৰী কৰি বিজেপিয়ে এই ক্ষেত্ৰত ডিজিটেল মাধ্যমৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে বুলি কয় ।

তেওঁ কয়, ‘চলিত মাহত ৰাজ্যত তিনিখন ভাৰ্চুৱেল ৰেলী আৰম্ভ হ’ব য’ত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই দিল্লীৰ পৰা এই ৰেলী সম্বোধন কৰিব। সম্পূৰ্ণ ডিজিটেল মাধ্যমেৰে অনুষ্ঠিত হ’বলগীয়া এই ৰেলী অহা ১৮ জুনত, ২১ জুনত শিলচৰত আৰু ২৪ জুনত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব।’ এইসমূহ কাৰ্যসূচী চলিত মাহতে সম্পূৰ্ণ কৰি আত্মনির্ভৰ অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে পাঁচখনকৈ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে খেতিয়ক, ব্যৱসায়ী, বহিঃ ৰাজ্যৰ পৰা উভতি অহা শ্রমিক, উদ্যোগী আৰু জিলা মণ্ডলৰ সভাপতিসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব বুলি কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী স্বাক্ষৰিত এখন পত্ৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চাৰিবছৰীয়া কামৰ খাতিয়ান লৈ ১৬ জুনৰ পৰা ৩০ জুন পৰ্যন্ত ৰাজ্যৰ ৫০ লাখ পৰিয়ালৰ ঘৰলৈ যাব ৰাজ্যিক বিজেপি।

জনসম্পৰ্ক অভিযান শীৰ্ষক এই কাৰ্যসূচীৰ বিতং তথ্য দাঙি ধৰি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক গোহাঁয়ে কয়, ‘১৬ জুনত ১১ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্য্যসূচী আৰম্ভ কৰাৰ পাছতে মন্ত্ৰী, সাংসদ, ৰাজ্যিক বিষয়ববীয়া আৰু বিধায়কসকলে ১১.৩০ বজাত নিৰ্দিষ্ট স্থানসমূহত এই কাৰ্য্যসূচী মুকলি কৰিব। সাম্প্ৰতিক পৰিস্থিতিত সকলোকে এই কাৰ্যসূচীত সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ কোৱাৰ লগতে এটা পৰিয়াললৈ দুজন কৰ্মকৰ্তাহে যাবলৈ কোৱা হৈছে। প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্ৰী আৰু মুখমন্ত্ৰী স্বাক্ষৰিত একোখন পত্ৰ দিয়া হ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBJPRanjit Das
publisher

publisher

Related Posts

ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু
International

October 22, 2026
‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ
India

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

October 22, 2026
স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d