Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানক পিছ পেলাই এইবাৰ বিশ্বৰ চতুৰ্থ বৃহৎ অর্থনীতিৰ দেশত পৰিণত ভাৰত: নিটি আয়োগ

    দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

    দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

    ৩৮ খন ব্যক্তিগত বিমান-তিনিশ গাড়ী-৫২ খন সোণৰ নাওসহ ৩.৭ লাখ কোটি টকাৰ সম্পত্তিৰ গৰাকী !

    ১০টকীয় পানী বটলৰ দাম ৩০টকা,২০টকাৰ ক’ক কলাৰ দাম ৭৫!

    কেৰালা উপকূলত ডুব গ’ল ‘বিপজ্জনক’ পণ্যবাহী বিদেশী জাহাজ! জাৰি কৰা হ’ল সতৰ্কতা 

    ‘মেড ইন ইণ্ডিয়া’ৰ শক্তি বিশ্বই দেখিছে!

    ‘মেড ইন ইণ্ডিয়া’ৰ শক্তি বিশ্বই দেখিছে!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    গোটেই ৰাতি অনিদ্ৰাৰ সমস্যা? এই চিনাকি ফুল আপোনাৰ ঘৰত ৰাখিলে চকুলৈ টোপনি আহিব

    গ্ৰীষ্মকালত ছালত গোলাপ পানী ব্যৱহাৰ কৰিলে কি লাভ হয়?

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    গৰমত আকর্ষণীয় হৈ থাকিবলৈ কৰক এইকেইটা কাম !

    এই আঁচনিত বিনিয়োগ কৰিলে পাব সুনিশ্চিত ৰিটাৰ্ণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আজি ২০ জুনঃ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভালৈ সশ্ৰদ্ধ প্ৰণিপাত

publisher by publisher
June 20, 2020
in Assam, News
Reading Time: 1 min read
0
অনুষ্টুপীয়াকৈ বিষ্ণু ৰাভা দিৱস উদযাপনৰ সিদ্ধান্ত
55
SHARES
546
VIEWS
ShareShareShareShare

আজি ২০ জুন ৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুবাৰ্ষিকী ৷ প্ৰতি বছৰে আজি দিনটোতে বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই পালন কৰা হয় “বিষ্ণু ৰাভা দিৱস” ৷ অসমীয়া সাহিত্য সংস্কৃতিলৈ বিশেষ অৱদান আগবঢ়োৱা তথা অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোৱা বিষ্ণু প্ৰসাদ ৰাভা ব্যক্তি আছিল যদিও তেওঁ যেন নিজেই অনুষ্ঠান হিছাপে সমাজত বৰ্তি আছিল ৷ ১৯০৯ চনৰ ৩১ জানুৱাৰীত জন্ম গ্ৰহণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাই কেৱল সাহিত্য সংস্কৃতিতেই নহয় সমাজৰ প্ৰত্যেকটো স্তৰতেই প্ৰভাৱ বিস্তাৰ কৰি থৈ গৈছে । সেয়েহে তেওঁৰ জীৱনটো এটি মহান অনুষ্ঠানৰ লগত তুলনা কৰা হয় ৷ কাশীৰ হিন্দুৰ বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ আৰু বিষ্ণুৰাভাৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে “কলাগুৰু” উপাধি প্ৰদান কৰিছিল ৷

ADVERTISEMENT

বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ সংস্কৃতি বিষয়ক পুথি ৰচনা কৰি অসমীয়া সংস্কৃতিৰ ভৰাঁল চহকী কৰি থৈ গৈছে ৷ তেওঁৰ উপন্যাসসমূহ হৈছে সোনপাহি, মিচিং কনেং, জীৱন লালসা ৷ মামীৰ হাৰ, কুৰি বছৰ জেইল, জাল কেছ, হিয়াৰ পুং আদি গল্প ৷ আনহাতে বিষ্ণু ৰাভাৰ প্ৰতি সম্মান জনাই প্ৰতি বছৰে ২০ জুন তাৰিখটো “বিষ্ণু ৰাভা দিৱস” ৰূপে পালন কৰা হয় ৷ লগতে তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ২০০৯ ৰ ৩১ জানুৱাৰীত ভাৰত চৰকাৰে এটি বিশেষ ডাক টিকট উন্মোচন কৰে । বিষ্ণু ৰাভাৰ স্মৃতিত সাংবাদিক তিলক দাসে” বিষ্ণুৰাভা এতিয়া কিমান ৰাতি (গ্ৰন্থ), “বিষ্ণু ৰাভা পুনৰ আহিব উভতি” শীৰ্ষক দুখল জীৱনীও লিখি উলিয়াইছিল । ইফালে বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰ বিষ্ণু প্ৰসাদ ৰাভা বটাঁ স্থাপন কৰে। অসমীয়া সাহিত্য সংস্কৃতিলৈ অৱদান আগবঢ়োৱা লোকসকলক এই বটাঁৰে সন্মানিত কৰা হয়।

RelatedPosts

লোহাজানীত বৰ্তমানেও উদ্ধাৰ হোৱা নাই অপহৃত নাবালিকা

অৰুণাচলত পনবন্দী কৰি ৰখা অসমৰ ২৪ জন লোকক উদ্ধাৰ যোৰহাট আৰক্ষীৰ

বকোৰ গাধপোতাত নিশা চাৰিটা বন্যহস্তীৰ উপদ্ৰৱ

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 20 JuneAssamBishnu Prasad Rabha
publisher

publisher

Related Posts

জাপানক পিছ পেলাই এইবাৰ বিশ্বৰ চতুৰ্থ বৃহৎ অর্থনীতিৰ দেশত পৰিণত ভাৰত: নিটি আয়োগ
India

May 26, 2025
দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !
India

দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

May 25, 2025
৩৮ খন ব্যক্তিগত বিমান-তিনিশ গাড়ী-৫২ খন সোণৰ নাওসহ ৩.৭ লাখ কোটি টকাৰ সম্পত্তিৰ গৰাকী !
News

৩৮ খন ব্যক্তিগত বিমান-তিনিশ গাড়ী-৫২ খন সোণৰ নাওসহ ৩.৭ লাখ কোটি টকাৰ সম্পত্তিৰ গৰাকী !

May 25, 2025
১০টকীয় পানী বটলৰ দাম ৩০টকা,২০টকাৰ ক’ক কলাৰ দাম ৭৫!
Assam

১০টকীয় পানী বটলৰ দাম ৩০টকা,২০টকাৰ ক’ক কলাৰ দাম ৭৫!

May 25, 2025
কেৰালা উপকূলত ডুব গ’ল ‘বিপজ্জনক’ পণ্যবাহী বিদেশী জাহাজ! জাৰি কৰা হ’ল সতৰ্কতা 
India

কেৰালা উপকূলত ডুব গ’ল ‘বিপজ্জনক’ পণ্যবাহী বিদেশী জাহাজ! জাৰি কৰা হ’ল সতৰ্কতা 

May 25, 2025
‘মেড ইন ইণ্ডিয়া’ৰ শক্তি বিশ্বই দেখিছে!
India

‘মেড ইন ইণ্ডিয়া’ৰ শক্তি বিশ্বই দেখিছে!

May 25, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d