Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মাজুলীত মথাউৰিৰ বহিঃ অংশৰ ৫৬ গাঁও বানৰ কবলত, কৰতিপাৰত ১ আশ্ৰয় শিবিৰ মুকলি, বান পৰিস্থিতি পৰ্যালোচনা উপায়ুক্তৰ, সস্তম জিলা প্ৰশাসন

publisher by publisher
June 25, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
মাজুলীত মথাউৰিৰ বহিঃ অংশৰ ৫৬ গাঁও বানৰ কবলত, কৰতিপাৰত ১ আশ্ৰয় শিবিৰ মুকলি, বান পৰিস্থিতি পৰ্যালোচনা উপায়ুক্তৰ, সস্তম জিলা প্ৰশাসন
1
SHARES
13
VIEWS
ShareShareShareShare

মাজুলীত ক্ৰমশঃ বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ লগতে সোৱণশিৰি নদীৰো বাঢ়নি পানীয়ে মাজুলী জিলাৰ নদীপৰীয়া এলেকা প্লাৱিত কৰিছে । নদীদ্বীপ জিলাখনৰ মথাউৰিৰ বাহিৰ ফালে থকা ৫৬খন গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে । যোৱা নিশাৰে পৰা আঁহতগুৰি, দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাৰ চাপৰি অঞ্চলৰ লগতে শালমৰা, কৰতিপাৰ, লাছন চাপৰি, ভকত চাপৰি আদি মথাউৰিৰ বাহিৰত থকা গাঁওসমূহ বাঢ়নি পানীত জলমগ্ন হৈছে। এতিয়ালৈকে জিলাখনৰ এই ৫৬খন নদীপৰীয়া গাঁৱৰ ৫,০১০টা পৰিয়ালৰ ২৭,২৬৪ গৰাকী লোক বানগ্ৰস্ত হৈছে । একেসময়তে ব্ৰহ্মপুত্ৰৰ লগতে সোৱণশিৰিৰ বাঢ়নি পানীয়ে নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়ত এলেকাৰ বহুকেইখন গাঁৱত বানৰ কবলত পৰিছে। ইতিমধ্যে জিলা প্ৰশাসনে আজি দুপৰীয়া কৰতিপাৰ হাইস্কুলত বন্যাৰ্ত লোকৰ বাবে প্ৰথমটো সাহাৰ্য শিবিৰ মুকলি কৰিছে।

ADVERTISEMENT

কৰতিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মলুৱাল কলিতা গাঁৱৰ ৩টা বানপীড়িত পৰিয়ালৰ ১৫গৰাকী লোকে এই শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। শিবিৰত থকা লোকসকলৰ মাজত আছে ৫গৰাকী পুৰুষ, ৫গৰাকী মহিলা আৰু ৫টি শিশু। বৃহস্পতিবাৰে দুপৰীয়া মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে নিজে গৈ কৰতিপাৰ হাইস্কুলৰ এই সাহাৰ্য শিবিৰ পৰিদৰ্শন কৰি শিবিৰাৰ্থীসকলৰ বাবে প্ৰশাসনৰ ফালৰ পৰা উপলব্ধ কৰাব লগা জৰুৰী সা-সুবিধাৰাজীৰ বুজ লয়। ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল’ব লগা সকলো সতৰ্কতামূলক ব্যৱস্থা শিবিৰটোত সুনিশ্চিত কৰাৰ লগতে জিলা স্বাস্থ্য বিভাগৰ এটা চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ দলো আৰম্ভণিৰে পৰাই শিবিৰটোত মোতায়েন কৰা হৈছে। শিবিৰাত থকা বন্যাৰ্ত লোকসকল শিবিৰত প্ৰৱেশ কৰাৰ সময়তে স্বাস্থ্য বিভাগে প্ৰত্যেকৰে টেম্পেৰেচাৰ স্ক্ৰীণিং কৰাৰ লগতে প্ৰশাসনৰ ফালৰ পৰা তেঁওলোকক বিনামূলীয়া মাস্ক আৰু হাত ধোৱাৰ বাবে চাবোন আদি যোগান ধৰে। শিবিৰত ন্যূনতম সামাজিক দূৰত্বকে ধৰি ক’ভিড-১৯ সম্পৰ্কীয় সকলো নিয়ম বাধ্যতামূলক ভাৱে অনুসৰণ কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসনে শিবিৰাৰ্থীৰ লগতে শিবিৰ পৰিচালনাৰ দায়িত্বত থকা লোকসকলকো নিৰ্দেশ দিছে ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

Majuli:উদ্বোধনৰ ছদিন পাছতে মাজুলীৰ চেলেক-ধূনাগুৰি দলঙৰ গাৰ্ড ৱালত ফাট

ইফালে, জিলাখনৰ বান-ক্ষতিগ্ৰস্ত এলেকাৰ ৰাইজৰ মাজত ইতিমধ্যে সাহাৰ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । বানত ক্ষতিগ্ৰস্ত লোকৰ মাজত বিতৰণৰ বাবে প্ৰশাসনে আজি ৪.৪৮ কুইণ্টল চাউল, ৭৭ কিলোগ্ৰাম দাইল আৰু ২৩ কিলোগ্ৰাম নিমখ ভাগে ভাগে প্ৰেৰণ কৰিছে।  ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলাত সম্ভাৱ্য বানজনিত যিকোনো পৰিস্থিতিৰে তাৎক্ষণিক ভাৱে মোকাবিলাৰ বাবে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালীক সম্পূৰ্ণ সস্তম কৰি তুলিছে জিলা প্ৰশাসনে। ইতিমধ্যে দুয়োখন নদীৰ বাঢ়নি পানীৰ বাবে জিলাখনৰ মথাউৰিৰ বহিঃ অংশত আৰম্ভ হোৱা প্ৰাৰম্ভিক বানৰ লগতে জিলাখনৰ শেহতীয়া সামগ্ৰিক বান পৰিস্থিতি আজি পৰ্যালোচনা কৰি মাজুলীৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)ৰ অধ্যক্ষ বিক্ৰম কৈৰীয়ে জিলাখনৰ আপাতকালীন সঞ্চালন প্ৰণালীৰে জড়িত প্ৰতিটো বিভাগৰ লগতে বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ ওপৰত ন্যস্ত জৰুৰী দায়িত্ব সুচাৰুৰূপে পালন কৰিবৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ দিছে।

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি আগবেলা আয়োজিত ডিডিএমএৰ এখন জৰুৰী বৈঠকত উপায়ুক্ত কৈৰীয়ে বানপৰিস্থিতি চম্ভালাৰ বিশেষ দায়িত্বত নিয়োজিত মাণ্ডলিক (জ’নেল) আৰু খণ্ড (ছেক্টৰ) বিষয়াসকলক তাৎক্ষণিক ভাৱে নিজ নিজ এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে। অতিৰিক্ত উপায়ুক্ত তথা ডিডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া নৰেণ দাসৰ লগতে মাজুলীৰ ৰাজহ চক্ৰ বিষয়াসহ একাধিক কাৰ্যবাহী দণ্ডাধীশ, জলসম্পদ, গড়কাপ্তানী (পথ), কৃষি, পশুপালন তথা পশু চিকিৎসা আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া আৰু জ’নেল তথা ছেক্টৰ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। এইবাৰৰ বানপৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে ডিডিএমএই জিলাখনক মুঠ পাঁচটা মণ্ডলত (জ’ন)ত ভাগ কৰি একোগৰাকীকৈ জ্যেষ্ঠ বিষয়াক প্ৰতিটো মণ্ডল তদাৰকৰ বাবে মাণ্ডলিক বিষয়া (জ’নেল আফিচাৰ) হিচাপে দায়িত্ব ন্যস্ত কৰিছে। তদুপৰি, জৰুৰী বান পৰিস্থিতি তদাৰক কৰাৰ ক্ষেত্ৰত মাণ্ডলিক বিষয়াসকলক সহায়ৰ বাবে প্ৰতিটো মণ্ডলতে এক বা একাধিক গাঁও পঞ্চায়ত এলেকাৰ বাবে এগৰাকীকৈ খণ্ড বিষয়া (ছেক্টৰ অফিচাৰ)কো জিলা প্ৰশাসনে দায়িত্ব অৰ্পণ কৰিছে। আনহাতে, বাৰিষাৰ সময়ছোৱাত কৃষিখণ্ড আৰু পশুধনৰ ক্ষেত্ৰত দেখা দিব পৰা জটিল পৰিস্থিতি জোৰা মাৰিব পৰাকৈ এই দিশত নিৰন্তৰ নজৰ ৰাখিবলৈ উপায়ুক্তগৰাকীয়ে জিলাখনৰ কৃষি বিভাগ আৰু পশুপালন তথা পশুচিকিৎসা বিভাগক নিৰ্দেশ দিছে। শেহতীয়াকৈ বৰষুণত ক্ষতিগ্ৰস্ত হোৱা গড়কাপ্তানী পথ আৰু মথাউৰিৰ ‘ৰেইনকাট’ অংশসমূহ ততালিকে মেৰামতি কৰিবলৈও বৈঠকত গড়কাপ্তানী (পথ) আৰু জলসম্পদ বিভাগক উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।

ইতিমধ্যে বানৰ কবলত পৰা অঞ্চলত বিদ্যুৎ যোগান বিছিন্ন কৰিছে। ইফালে যোৱা২৩ জুনৰ পৰা ফেৰী চলাচল বন্ধ কৰি দিয়াত বহি: জগতৰ লগত বিছিন্ন হৈ পৰিছে । ফলত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ব্যাহত হোৱাত মূল্যবৃদ্ধিৰ সুবিধা ল’ব পাৰে অৰ্থলোভী ব্যৱসায়ীয়ে। তদুপৰি জৰুৰী কামৰ বাবে মাজুলীৰ পৰা বাহিৰলৈ যাব পৰা নাই জনসাধাৰণ। লগতে ডাক সেৱা ব্যাহত হৈছে। বহু কেইখন বাতৰি কাকত মাজুলীলৈ অহা নাই। অসম চৰকাৰে শিল্পী পেঞ্চনৰ আবেদন গ্ৰহণৰ শেষ দিন ২৫ জুন ধাৰ্য কৰিছিল যদিও ২৩ জুনৰ পৰা ফেৰী বন্ধ থকাত বহু শিল্পীয়ে আবেদন কৰিব নোৱাৰিলে। সেয়ে মাজুলীৰ শিল্পী সকলে আবেদন দাখিল দিন বৃদ্ধি কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে। মাজুলীত বাৰে বাৰে ফেৰী বন্ধ কৰা কাৰ্যৰ বিৰোধিতা কৰি মাজুলীৰ জনসাধাৰণে নিমাতীঘাটত হোৱা বিজুতি নিৰাময় কৰাৰ লগতে ৰ’ ৰ’ জাহাজ খনৰ পুনৰ চলাচল কৰাৰ ব্যবস্থা কৰিবলৈ দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCovid-19FloodLockdownMAJULI
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d