মহানগৰীত তলাবন্ধৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

WhatsApp Image 2020 06 26 at 2.20.01 PM

■ অহা দেওবাৰে নিশা ১২ বজাৰ পৰা গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে কঠোৰ তলাবন্ধ ঘোষণা । ফাৰ্মাছী আৰু হাস্পতালৰ বাদে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানো বন্ধৰ নিৰ্দেশ । সামাজিক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই ঘোষণা।
■ ১২ জুলাইলৈ গুৱাহাটীত তলাবন্ধ।
■ সকলো দোকান পোহাৰ বন্ধ থাকিব।
■ কেৱল খোলা ৰাখিব পাৰিব ফাৰ্মাচী-হাস্পতাল।
■ ক’ভিডৰ দায়িত্বত থকা আৰু বানপানীৰ লগত জড়িত লোকসকলক বাদ দি কোনো পাছ issue কৰাৰ নিয়ম নাই।
■ মঠ-মন্দিৰ, গীৰ্জা সকলো বন্ধ থাকিব।
■ ৰাজ্যত সুস্থতাৰ হাৰ ৬০.৬৬ শতাংশ।
■ অনিৰ্দিষ্টকালৰ বাবে বেলতলা বজাৰ বন্ধ ঘোষণা প্ৰশাসনৰ।
■ গুৱাহাটীত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত।
■ দেওবাৰ আৰু বৃহস্পতিবাৰে প্ৰতি সপ্তাহত বহে এই বজাৰ।
■ আজি সন্ধিয়া ৭ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈ সমগ্ৰ অসমতে সান্ধ্য আইন ঘোষণা ।
■ চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় বন্ধ থাকিব।
■ ব্যক্তিগত, চৰকাৰী বাহন চলাচল বন্ধ থাকিব।
■ ৰাজ্যজুৰি প্ৰতি শনিবাৰ-দেওবাৰে তলাবন্ধ ঘোষণা।
■ আন্তঃ জিলা পৰিবহণ বন্ধ থাকিব।

Exit mobile version