Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

    ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধোঁৱা চাঙত ডিজিটেল ইণ্ডিয়াঃ অচল সচিবালয়

publisher by publisher
July 2, 2020
in Assam, City, COVID-19, News
Reading Time: 1 min read
0
ধোঁৱা চাঙত ডিজিটেল ইণ্ডিয়াঃ অচল সচিবালয়
1
SHARES
12
VIEWS
ShareShareShareShare

ৰাজ্যত শ্ল’গানতে আৱদ্ধ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ “ডিজিটেল ইণ্ডিয়া”ৰ ধাৰণা ৷ কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য অব্যাহত থকা তলাবন্ধৰ সময়ছোৱাত চৰকাৰী কাম কাজৰ আগুৱাই নিয়াৰ বাবে বিকল্প পদ্ধতি গ্ৰহণৰ সুবৰ্ণ সুযোগ থকাৰ পাছতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ । ফলত কেৱল কামৰূপ মহানগৰ জিলাত অব্যাহত থকা সম্পূৰ্ণ তলাবন্ধৰ বাবে পুনৰ স্থবিৰ হৈ পৰিছে ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ডস্বৰূপ জনতা ভৱনত ধৰি মহানগৰীৰ বিভিন্ন স্থানত থকা চৰকাৰী কাৰ্যালয় তথা সঞ্চালকালয়ৰসমূহৰ কাম কাজ ৷ পূৰ্বৰ অভিজ্ঞতাৰ পৰা দুৰ্ভাগ্যজনকভাৱে কোনো শিক্ষা গ্ৰহণ নকৰাৰ ফলতে এনেদৰে অচলাৱস্থাৰ সৃষ্টি হৈছে ৰাজ্য প্ৰশাসনত । এই ক্ষেত্ৰত সাৰ পানী দিছে ৰাজ্য প্ৰশাসনৰ একাংশ শীৰ্ষ আমোলাই।

ADVERTISEMENT

সচিবালয়ৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, কৰ’নাৰ দ্ৰুত সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য কামৰূপ কামৰূপ মহানগৰ জিলাত দেওবাৰে মাজনিশাৰ পৰা অব্যাহত আছে সম্পূৰ্ণ তলাবন্ধ ৷ এনে পৰিস্থিতিত চৰকাৰে ডিজিটেল পদ্ধতিৰ সু প্ৰয়োগত গুৰুত্ব নিদিয়াৰ বাবেই সম্প্ৰতি স্থবিৰ হৈ পৰিছে ৰাজ্য প্ৰশাসনৰ কাম কাজ । কেৱল ৰাজ্যবাসীক দেখুৱাবলৈ মাথো দায় সৰাৰ লক্ষ্যৰে তলাবন্ধৰ সময়তো যুটীয়া পৰ্যায়ৰ পৰা ওপৰৰ আমোলা বিষয়াসকলক নিজ নিজ কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে চৰকাৰে ৷ অথচ এই নিৰ্দেশনা বাস্তৱ ক্ষেত্ৰত যে মূল্যহীন তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন ৷ যোৱা ২৪ মাৰ্চৰ পৰা দেশব্যাপী বলবৎ হয় প্ৰথম পৰ্যায়ৰ তলাবন্ধ । পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে তলাবন্ধৰ নীতি নিৰ্দেশনাসমূহ শিথিল হোৱাৰ সময়তে দেওবাৰৰৰ পৰা কেৱল কামৰূপ মহানগৰ জিলাত পুনৰ তলাবন্ধ ঘোষণা কৰে ৰাজ্য চৰকাৰে ।

RelatedPosts

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

কিন্তু বিগত মাৰ্চৰ পৰা এই ক্ষেত্ৰত সন্মুখীন হোৱা অভিজ্ঞতাৰ পৰা কোনো ধৰণৰ শিক্ষা গ্ৰহণ নকৰাকৈ জনতা ভৱনকে ধৰি মহানগৰীৰ বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু সঞ্চালকালয়ত কেৱল যুটীয়া সচিব পৰ্যায়ৰ পৰা ওপৰৰ আমোলা বিষয়াক কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিয়ে চৰকাৰে ৷ আনহাতে ৰাজ্যত বৰ্তমান ই গৰ্ভণেন্স সেৱা অব্যাহত থকা বুলি নিয়মাফিকভাৱে উল্লেখ কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷  দৈনিক অগ্ৰদূত আগত সদৰী কৰি তেওঁ কয় যে বৰ্তমান নিজ নিজ কাৰ্যালয়ত বিভাগীয় আমোলা বিষয়াসকল উপস্থিত আছে ৷তাৰ বাবে ফাইল ঘৰলৈ নিয়াৰ প্ৰয়োজন নাই ৷ বৰ্তমানে যিসকল বিষয়া কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নাই ৷ সেইসকল বিষয়া কৰ্মচাৰীক প্ৰয়োজন সাপেক্ষ মতাই অনা হয়। লগতে ডিজিটেল পদ্ধতিৰে ই গভৰ্ণেন্স সেৱা অব্যাহত থকা বুলিও তেওঁ উল্লেখ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCORONAVIRUSCovid-19GuwahatiJanata BhawanLockdown
publisher

publisher

Related Posts

BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports

April 30, 2026
ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি
News

ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

April 30, 2026
New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d