Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

    প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

    দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

আবকাৰী আইন উলংঘা কৰি নিৰ্ধাৰিত সময়ৰ পৰিৱৰ্তে নিশা ৩ বজালৈ খোলা আছিল বাৰখন

publisher by publisher
April 30, 2026
in Uncategorized
Reading Time: 1 min read
0
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Guwahati:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মহানগৰীৰ ভঙাগড়স্থিত ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৷ আবকাৰী আইন উলংঘা কৰি নিৰ্ধাৰিত সময়ৰ পৰিৱৰ্তে নিশা ৩ বজালৈ খোলা ৰাখিছিল বাৰখন ৷

ADVERTISEMENT

উল্লেখ্য যে শনিবাৰে পুৱতি নিশা মঠঘৰীয়াৰ গে’ট হাস্পতালৰ সন্মুখত এখন তীব্ৰবেগী AS 01 GP 0561 নম্বৰৰ ইছুইফট ডিজায়াৰে ৰৈ থকা এখন ট্ৰাকক খুন্দা মৰাৰ ফলত থিতাতে কৰুণ মৃত্যুক সাবটি হয় ছুইফট খনৰ আৰোহী ৩ যুৱতী ৷ আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে ছুইফট খনৰ চালক ছামিম আহমেদে পলায়ন কৰে।

উল্লেখ্য যে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই সোণাৰিৰ সাপেখাতীৰ নিবাসী তথা ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আকাংক্ষা শইকীয়া,গোৱালপাৰাৰ কৃষ্ণাইৰ নিবাসী তথা ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰে কৰ্মচাৰী পূজা সাহা আৰু বঙাইগাঁও নিবাসী তথা গুৱাহাটীত ইঞ্জিনীয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰি থকা আৰ্মিনা আহমেদ ৷ তিনি যুৱতী সহ চালক ছামিম আহমেদে নিশা ১১বজাৰ পৰা ৩ বজালৈকে এক্সৰ’ বাৰত সুৰাপান কৰিছিল ৷ তাৰ পিছতে তিনিও ছুইফট ডিজায়াৰ উঠি মঠঘৰীয়া অভিমুখে আহি থকা পথত গে’ট হাস্পতালৰ সন্মুখত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷ মহানগৰ যানবাহন আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি চালক ছামিম আহমেদ সহ ৩ যুৱতী এক্সৰ’ বাৰত সুৰাপান কৰি থকাৰ চিচিটিভি ফুটেজ আৰু বাৰখনত সুৰাপানৰ বাবদ ১৯ হেজাৰ টকা পেমেন্ট দিয়াৰ সকলো তথ্য পোহৰলৈ আনিছিল।

আনহাতে ছুইফট খনৰ চালক ছামিম আহমেদ আত্মগোপন কৰি থকা অৱস্থাত ডিব্ৰুগড় আৰক্ষীয়ে লাহোৱালৰ পৰা গ্ৰেপ্তাৰ কৰি নুনমাটি আৰক্ষীক চমজাই দিয়াৰ পিছত বৰ্তমান আদালতৰ নিৰ্দেশ অনুসৰি আৰক্ষী জিন্মাত আছে ছামিম ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Exoro BarGuwahatiLicense revokedMathgharia AccidentRoodraksh mall
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d