ৰাজ্যৰ সৰ্বত্ৰে কৰ’নাৰ সন্ত্ৰাস ৷ সাধাৰণ জনগণৰ পৰা দেশৰ জনপ্ৰিয় নেতা পালিনেতাও আক্ৰান্ত হৈছে কৰ’নাত ৷ ৰাজ্যত জনগণৰ সুৰক্ষা স্বাৰ্থত নিষ্ঠাৰে কৰ্তব্য পালন কৰা ৯৫ জন অসম আৰক্ষীৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ আনহাতে কোৱাৰেন্টাইনত আছে ১১১২ জন আৰক্ষী ৷ আজি টুইটাৰ যোগে এই কথা জনালে অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে ৷ ইপিনে অসমত ক’ভিড১৯ ত আক্ৰান্ত হৈছে ৮,৯৫৫ জন লোক আৰু মৃত্যু হৈছে ১৪ জন লোক ৷
ৰাজ্যত ক’ভিড-১৯ ত আক্ৰান্ত ৯৫ জন আৰক্ষী
-
By publisher

- Categories: Assam, COVID-19, News
- Tags: AssamAssam PoliceCORONAVIRUSCovid-19
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026