সোণৰ কেঁচীৰে চুলি কাটিলে মহাৰাষ্ট্ৰৰ এখন চেলুনৰ গৰাকীয়ে ।গৰাকীৰ নাম ৰামভাউ সন্ধপাল। ৰামভাউ সন্ধপালে নিজৰ সাঁচতীয়া ধনেৰে গঢ়ালে ১০ তোলা ওজনৰ সেই বিশেষ কেঁচীখন ।কাৰণ গ্ৰাহকক তেওঁ ভগৱানৰ দৰে গণ্য কৰে।’আনলক- ২ ‘ৰ অধীনত দেশৰ বহু স্থানৰ লগতে মহাৰাষ্ট্ৰতো কালিৰ পৰা পুনৰ মুকলি কৰি দিছে চেলুন আৰু বিউটিপাৰ্লাৰ সমূহ ।তলাবন্ধৰ বাবে যোৱা ৯৮ দিন ধৰি মহাৰাষ্ট্ৰত বন্ধ হৈ আছিল সকলো চেলুন ।উপাৰ্জনো তিনিমাহ সম্পূৰ্ণভাৱে বন্ধ আছিল ।সেয়েহে ইমান দিনৰ পিছত চেলুন খোলাৰ পিছত খুবেই আনন্দিত হৈ উঠে ৰামপাল।তলাবন্ধ শিথিল কৰা পৰিস্থিতিত লাহে লাহে হ’লেও পৰিৱেশ স্বাভাৱিক হোৱাৰ আশাৰে সোণৰ কেঁচীৰে গ্ৰাহকক চুলি কটাৰ সিদ্ধান্ত লয় ৰামভাউ সন্ধিপালে।
১০ তোলাৰ সোণৰ কেঁচীৰে কাটিলে চুলি
-
By publisher

- Categories: Uncategorized
- Tags: Corona Viruscovid19indiaLockdownMaharashtra
Related Content
Nagaon:পকী দলং নির্মাণ হ'লেও নাই সংযোগী পথ
By
samimsultana
May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
By
publisher
May 7, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
By
publisher
May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
By
publisher
May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
By
publisher
May 2, 2026