- মহানগৰীত অব্যাহত আছে ১৪ দিনীয়া তলাবন্ধ৷ এই ক্ষেত্ৰত কিছু সালসলনি কৰা হৈছে কিছু নীতি নিয়ম ৷
- সেই অনুসৰি ৬ জুলাইৰ পৰা ১০ জুলাইলৈ পুৱা ১১ বজাৰ পৰা ৪ বজালৈকে খুলিব পাৰিব দোকান।
- দোকানৰ কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰাৰ উপৰিও হেণ্ডগ্ল’ভচ, গ্ৰাহকলৈ চেনিটাইজাৰ,আৰু গ্ৰাহকে সামাজিক দূৰত্ব মানিব লাগিব ৷
- পাইকাৰী দোকানসমূহ খুলিব পাৰিব ৫ আৰু ৭ জুলাইত বিয়লি ১২ বজাৰ পৰা ৬ বজালৈকে খুলিব পাৰিব।
- এফচিআই কাম কাজ কাইলৈৰ পৰা আৰম্ভ কৰিব ।
- ৬ আৰু ৮ জুলাইত পুৱা ৮ বজাৰ পৰা ১০ বজালৈ শাক পাছলি বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে ।
- আনহাতে পশু চিকিৎসা কেন্দ্ৰ,ঔষধৰ বিপনী ৬ আৰু ৮ জুলাইৰ দিনা খুলিব পাৰিব।
ADVERTISEMENT