Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চৰকাৰী আবন্টনৰ পাছতো আৰম্ভই হোৱা নাই বহু প্ৰকল্পৰ কাম-কাজ

publisher by publisher
July 10, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
২৮ এপ্ৰিলৰ পৰা ৰাজ্যত নিৰ্দিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ সম্ভৱনা
2
SHARES
15
VIEWS
ShareShareShareShare

কৰ’নাৰ ভয়াৱহতাৰ বাবে মহানগৰীত হ্ৰাস পাইছে শ্ৰমিকৰ সংখ্যা । ফলত প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হৈছে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ । বিশেষকৈ প্ৰয়োজনীয় শ্ৰমিক তথা কেঁচামালৰ অভাৱৰ বাবেই মহানগৰীত স্থবিৰ হৈ পৰিছে গড়কাপ্তানী বিভাগৰ কাম-কাজ । দিছপুৰৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত অব্যাহত থকা তলাবন্ধৰ মাজতো বিভিন্ন প্ৰকল্প ৰূপায়নৰ বাবে নিয়মিতভাৱে ঠিকা আৱন্তন দিছে গড়কাপ্তানী বিভাগে ।

ADVERTISEMENT

বিভিন্ন আঁচনিৰ অধীনত বিভাগটোৱে ঠিকা আৱন্তন দিলেও পৰ্যাপ্ত শ্ৰমিক তথা কেঁচা সামগ্ৰীৰ অভাৱত সংশ্লিষ্ট ঠিকাদাৰসকলে আৰম্ভ কৰিব পৰা নাই বহু সংখ্যক প্ৰকল্পৰ কাম । ইয়াৰ মাজতো অৱশ্যে একাংশ ঠিকাদাৰে সীমিত সংখ্যক শ্ৰমিকৰে অব্যাহত ৰাখিছে কাম-কাজ । এইসকল ঠিকাদাৰৰ অধিকাংশই যথেষ্ঠ প্ৰভাৱশালী । ইয়াৰ বাবে মহানগৰীৰ বিভিন্ন প্ৰান্তত নিৰ্মীয়মান অৱস্থাত থকা উৰণীয়া সেতু, পথ বিভাজকৰ মেৰামতি, নিৰ্মাণ তথা সৌন্দৰ্যবৰ্ধনৰ কাম-কাজ অব্যাহত থকা বুলি সূত্ৰটোৱে জনায়।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

কি ধৰণৰ কাম স্থৱিৰ ?

মহানগৰীৰ মূল পথসমূহত তলাবন্ধৰ মাজতো অব্যাহত আছে বিভিন্ন কাম-কাজ, কিন্তু মহানগৰীৰ বিভিন্ন পথ, উপপথৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি অধীনত ধাৰ্য কৰা প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত সৃষ্টি হৈছে ব্যাপক জটিলতা । এই সম্পৰ্কত সূত্ৰটোৱে জনোৱা মতে, মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পথ, উপ-পথৰ নিৰ্মাণ তথা মেৰামতিৰ নামত বৰ্তমানে ৪০-৬০ কোটি টকাৰ ঠিকা ইতিমধ্যে আৱন্টন দিছে গড়কাপ্তানী বিভাগে; কিন্তু সংশ্লিষ্ট প্ৰকল্পসমূহৰ অধিকাংশই আৰম্ভ কৰিব পৰা নাই ঠিকাদাৰ সকলে । ইয়াৰ মূলতে প্ৰয়োজনীয় শ্ৰমিক অাৰু কেঁচামালৰ অভাৱ । কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত কামৰূপ মহানগৰ জিলাত বৰ্তমানো অব্যাহত অাছে সম্পূৰ্ণ তলাবন্ধ । লগতে সন্ধিয়া সাত বজাৰ পৰা বলবৎ হয় সান্ধ্য আইন।

অৱশ্যে উন্নয়নমূলক কাম-কাজত যাতে স্থৱিৰতা নাহে, তাৰ প্ৰতি লক্ষ্য ৰাখি উন্নয়নমূলক কাম-কাজত জড়িতসকলক তলাবন্ধ অাৰু সান্ধ্য আইনৰ পৰা ৰেহাই দিয়ে ৰাজ্য চৰকাৰে। তৎসত্বেও কৰ’নাৰ ভয়াৱহতাৰ বাবে গাঁৱলৈ উভতি যোৱা অধিকাংশ শ্ৰমিক বৰ্তমানো গুৱাহাটীত উপস্থিত হোৱা নাই । ফলত আৱন্টিত প্ৰকল্পৰ বিপৰীতে মহানগৰীত বৰ্ত্তমানে নাই পৰ্যাপ্ত সংখ্যাক শ্ৰমিক। কেবল শ্ৰমিকেই নহয়, প্ৰয়োজনীয় শিল-বালিৰো অভাৱ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCORONAVIRUSCovid-19Lockdown
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d