ৰাজ্যত প্ৰতিটো দিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৷ তেনে সময়তে কৰ’নাকেন্দ্ৰিক পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চেনিটাইজাৰৰ জি এছ টি বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে । এই ক্ষেত্ৰত চৰকাৰে লগাব ১৮ শতাংশ জি এছ টি৷ইয়াৰ লগে লগে নিশ্চিত হ’ল চেনিটাইজাৰৰ মূল্য বৃদ্ধি হোৱাটো ৷
কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তঃ বৃদ্ধি পাব ছেনিটাইজাৰৰ মূল্য
-
By publisher

- Categories: COVID-19, India, News
- Tags: CORONAVIRUSCovid-19HAND SANITIZERindia
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026