- সমগ্ৰ বিশ্বত কৰ’নাত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে ৷
- পিছ পৰি থকা নাই ভাৰতৰ লগতে অসমো ৷
- জি এম চি হাস্পতালৰ অধীক্ষক ডা° অভিজিৎ শৰ্মা আক্ৰান্ত হৈছে কৰ’নাত ৷
- আনহাতে কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৰ্ষাপাৰা ষ্টেডিয়ামত হ’ব ক’ভিড হাস্পতাল ৷
ADVERTISEMENT