Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মৰিগাঁৱত তলা বন্ধৰ সময়ত বায়’ফলক পদ্ধতিৰে মৎস্য পালন কৰি নিবনুৱালৈ আশাৰ বতৰা কঢ়িয়াইছে ছামচুজ জামানে

publisher by publisher
July 22, 2020
in Assam, News
Reading Time: 1 min read
0
মৰিগাঁৱত তলা বন্ধৰ সময়ত বায়’ফলক পদ্ধতিৰে মৎস্য পালন কৰি নিবনুৱালৈ আশাৰ বতৰা কঢ়িয়াইছে ছামচুজ জামানে
1
SHARES
6
VIEWS
ShareShareShareShare

মৰিগাঁও জিলাৰ এগৰাকী যুৱকে তলাবন্ধৰ সময়ত বহিঃৰাষ্ট্ৰৰ পৰা ঘূৰি আহি নিজ গৃহত বায়’ফলক পদ্ধতিৰে মৎস্য পালন কৰি জিলাখনৰ নিবনুৱা যুৱক-যুৱতী সকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে । এইগৰাকী যুৱক হৈছে জিলাখনৰ লাহৰীঘাটৰ তিনিচুকীয়া মহমাৰী পথাৰৰ ছামচুজ জামান। উল্লেখ্য যে চৌদি আৰৱত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকাৰ সময়ত বিশ্বব্যাপি সন্ত্ৰাস সৃষ্টি কৰা মহামাৰী ক’ৰ’নাৰ বাবে তলাবন্ধৰ সময়ত বহিঃৰাষ্ট্ৰৰ পৰা ঘৰলৈ ঘূৰি আহি যুৱকজনে নতুন চিন্তা ধাৰাৰে বায়’ফলক পদ্ধতিৰে মৎস্য পালনত নামি পৰিল ।

ADVERTISEMENT

উল্লেখ্য যে জিলাখনৰ বান-খহনীয়াগ্ৰস্থ উত্তৰাঞ্চল লাহৰীঘাটত পোন প্ৰথম বাৰৰ বাবে বায়’ফলক পদ্ধতিৰে মৎস্য পালন কৰি নিবনুৱা সকলৰ বাবে ছামচুজ জামানে কঢ়িয়াই আনিছে আশাৰ বতৰা।এসময়ত চৌদি আৰবত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা যুৱকজনে ঘৰলৈ উভতি অহাৰ পাছত ইউটিউবত বায়’ফলক পদ্ধতিৰে কম মাটিতে অধিক মৎস্য পালনৰ বিষয় জানিব পাৰি আগ্ৰহী হয়। আগ্ৰহী যুৱকজনে কলকাতাত এই সন্দৰ্ভত প্ৰশিক্ষণ লোৱাৰ পাছত ঘৰতে বায়’ফলক পদ্ধতিৰে মৎস্য পালন আৰম্ভ কৰে। চাৰি ফুট উচ্চতাৰ দহ হাজাৰ লিটাৰ পানীৰ টেংকী এটা সাজি এৰিছে সাত হাজাৰ থলুৱা প্ৰজাতিৰ কাৱৈ মাছৰ পোনা ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

যুৱকজনে জনোৱা মতে, নব্বৈ দিনত তেওঁ মাছ সমূহ বিক্ৰী কৰিব পাৰিব আৰু ইয়াৰ উপাৰ্জন হিচাপে নব্বৈ হাজাৰ টকা লাভ কৰিব । পঞ্চাশ হাজাৰ টকা খৰচ কৰি মাত্ৰ এটা টেংকীৰে পৰীক্ষামূলকভাৱে মৎস্য পালন কৰা ছামচুজ জামানে আৰু তিনিটাকৈ টেংকী স্থাপন কৰি বায়’ফলক পদ্ধতিৰে মৎস্য পালন কৰি যোৱাৰো পৰিকল্পনা কৰিছে । তেওঁৰ মতে, চাৰিটা এনে টেংকীত বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰিলে প্ৰতি তিনি মাহৰ মূৰত কমেও দুই লাখ টকা উপাৰ্জন কৰিব পৰা স্থল আছে ।

সেয়েহে তেওঁ কম মাটিতে বা ঘৰৰ ভিতৰতো কম খৰচ কৰি বায়’ফলক পদ্ধতিৰে মৎস্য পালন কৰি যাবলৈয়ো নিবনুৱা যুৱক-যুৱতী সকলক আহ্বান জনাইছে । বৰ্তমান সময়ত বহিঃৰাজ্য সমূহৰ পৰা নিজ নিজ ঘৰলৈ উভতি অহা যুৱক-যুৱতী সকলক কম ভূমি তথা নিজৰ ঘৰতে বায়’ফলক পদ্ধতিৰে উন্নত প্ৰজাতিৰ মাছ পালন কৰি নিজক স্বাৱলম্বী কৰি তোলাৰ লগতে নিবনুৱা সমস্যা হ্ৰাস কৰিবলৈ সকলোকে আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamMORIGAON
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d