Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Election Commission Notice:নির্বাচন আয়োগে বদলি কৰিলে ৰাজ্যৰ পাঁচ আইপিএছ বিষয়াক

    Assembly Election Code of Conduct in Assam:আজিৰ পৰা ৰাজ্যত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি

    ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!

    ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!

    Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন

    বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !

    পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনত কেমেৰা ৰিং লগোৱাটো প্রয়োজনীয় নেকি?

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

publisher by publisher
July 25, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
দ্বিতীয় পৰ্যায়ৰ অৰ্থনৈতিক পেকেজ ঘোষণাৰ বাবে প্ৰধানমন্ত্ৰীৰ সঘন বৈঠক
1
SHARES
6
VIEWS
ShareShareShareShare

দেশত প্ৰতিটো মুহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। এই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত ক’ভিড-১৯ৰ সন্দৰ্ভত ২৭ জুলাইত মত বিনিময় কৰিব ৷ এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু স্বাস্থ্যমন্ত্ৰী হৰ্ষবদ্ধনো উপস্থিত থাকিব। এক বিশেষ সূত্ৰৰ মতে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ স’তে হোৱা এই বৈঠকত স্বাস্থ্যমন্ত্ৰী, ৰাজ্যৰ মুখ্য সচিবো উপস্থিত থাকিব । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত দিনসমূহতে তিনিখন ৰাজ্যৰ কাৰণে ICMR ৰ তিনিটা লেব উদঘাটন কৰিব ৷ কৰ’না ভাইৰাছ মহামাৰীক লৈ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত এইখন হ’ব সপ্তমখন বৈঠক । এই বৈঠকত আনলক-৩ ৰ সকলো কাৰ্যসূচীৰ বিষয়ে আলোচনা হ’ব ।

ADVERTISEMENT

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত হোৱা ২৭ জুলাইৰ এই বৈঠকখনত কৰ’না ভাইৰাছৰ লগত কেনেদৰে মোকাবিলা কৰা হ’ব সেই সন্দৰ্ভত আলোচনা হ’ব ৷ উল্লেখযোগ্য যে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ১৩ লাখৰ ঘৰ অতিক্ৰম কৰিলে । আনহাতে, বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ৫০,০০০ জন লোক । আৰু মৃত্যু হোৱাৰ সংখ্যা ৩০,০০০ জন লোক ৷ আনহাতে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰত কৰ’নাত আক্ৰান্তৰ সংখ্যাই সৰ্বাধিক ৷মহাৰাষ্ট্ৰ কৰ’নাত আক্ৰান্ত হৈছে ৩,৪৭,৫০২ জন লোক ৷ ইপিনে কৰ’নাৰ নতুন হটস্পট ঠাই হিচাপে বিবেচিত হৈছে কৰ্ণাটক ৷ কৰ্ণাটকত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৮০,০০০ ৰ সীমা অতিক্ৰম কৰিছে ৷

RelatedPosts

শিলচৰত ২৩,৫৫০ কোটিৰ তিনিটা আঁচনিৰ ভূমি পূজন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অসম জাতীয় পৰিষদৰ ১৮ টা প্ৰশ্ন — উত্তৰ কেতিয়া পাম?

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19indiaLockdownNarendra ModiUnlock-03
publisher

publisher

Related Posts

Election Commission Notice:নির্বাচন আয়োগে বদলি কৰিলে ৰাজ্যৰ পাঁচ আইপিএছ বিষয়াক
News

March 16, 2026
Assembly Election Code of Conduct in Assam:আজিৰ পৰা ৰাজ্যত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি
News

Assembly Election Code of Conduct in Assam:আজিৰ পৰা ৰাজ্যত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি

March 16, 2026
ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!
News

ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!

March 16, 2026
Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন
News

Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন

March 16, 2026
বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !
India

বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !

March 16, 2026
পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
News

পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

March 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d