Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ক্ষেত্ৰীত চলন্ত বাহনলৈ দুৰ্বৃত্তৰ গুলী : কথমপি প্ৰাণ ৰক্ষা ব্যৱসায়ীৰ

publisher by publisher
July 29, 2020
in Assam, News
Reading Time: 1 min read
0
ক্ষেত্ৰীত চলন্ত বাহনলৈ দুৰ্বৃত্তৰ গুলী : কথমপি প্ৰাণ ৰক্ষা ব্যৱসায়ীৰ
1
SHARES
9
VIEWS
ShareShareShareShare

কামৰূপ মহানগৰ জিলাৰ ক্ষেত্রী আৰক্ষী থানাৰ অন্তৰ্গত খালৈবাৰী তথা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱা এক গুলীচালনাৰ ঘটনা সংঘটিত হয় । পুৱা প্ৰায় ৯.৩০বজাত সংঘটিত ঘটনাৰ বিৱৰণী মতে, মৰিগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বালাজী হাৰ্ডৱেৰৰ স্বত্বাধিকাৰী ৰাকেশ কুমাৰ ৰাথীয়ে এ এছ ২১ চি/৬৭৭২ নম্বৰৰ সামগ্ৰী কঢ়িওৱা মহেন্দ্ৰ জিট বাহনখনেৰে চালকৰ স’তে গুৱাহাটীলৈ বুলি গৈ আছিল ।

ADVERTISEMENT

এনেতে ক্ষেত্ৰীৰ খালৈবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাওঁফালৰ পৰা হঠাতে এখন ৰঙা ৰঙৰ এল্ট’ বাহনে তেওঁলোকে অতিক্রম কৰে আৰু বাহনখনৰ পৰা অচিনাক্ত দুৰ্বিত্তই ব্যৱসায়ীজনলৈ বুলি গুলি চালনা কৰে । ঘটনা সংঘটিত কৰিয়ে এল্ট’খন তীব্রবেগত আতৰি যায় । গুলিচালনাৰ ফলত বাহন খনৰ বাওঁফালৰ দুৱাৰৰ আইনা ভাগি চূৰ্ণ-বিচূৰ্ণ হয় । ঘটনাত কিংকৰ্তব্যবিমূঢ় হৈ পৰা ব্যৱসায়ী ৰাকেশে প্ৰথম অৱস্থাত খলা-বমা পথৰ বাবে গাড়ীৰ আইনা ভঙা বুলি ভাবিছিল যদিও পাছত বাহনৰ ভিতৰত এটা গুলি প্ৰত্যক্ষ কৰি ভীতিগ্ৰস্ত হৈ পৰে আৰু ই এক গুলিচালনাৰ ঘটনা বুলি নিশ্চিত হয় ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

লগে লগে ব্যৱসায়ী জনে ক্ষেত্ৰী থানাত উপস্হিত হৈ ঘটনাৰ সৱিশেষ আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে লগে লগে ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু বাহনখনৰ পৰা এটা গুলিৰ কাৰ্টুজ উদ্ধাৰ কৰে । ঘটনাৰ সন্দৰ্ভত ব্যৱসায়ীজনে জানিব দিয়া মতে যোৱা ৩০মে’ত কোনো অচিনাক্ত লোকে ফোনযোগে তেওঁক ধন দাবী কৰাৰ লগতে ধন নিদিলে বিষম পৰিণাম ভুগিব লাগিব বুলি ভাবুকি প্ৰদান কৰিছিল । এই সন্দৰ্ভত মৰিগাঁও আৰক্ষীক অৱগত কৰি এজাহাৰ দাখিল কৰা বুলিও তেওঁ প্ৰকাশ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamKhetri
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d