ভাৰতত নাটকৰ এটা ধাৰাক প্ৰতিষ্ঠা কৰা ব্যক্তি ইব্ৰাহীম আলকাজিৰ ৯৪ বছৰ বয়সত মৃত্যু হয় । ইব্ৰাহীম আলকাজি নেশ্যনেল স্কুল ড্ৰামাৰ(NSD) প্ৰতিষ্ঠাপক সঞ্চালক সেতু সেনৰ পিছত সঞ্চালকৰ দায়িত্বত আছিল ।তেওঁ এনএচডিত প্ৰায় ১৫ বছৰে সেৱা আগবঢ়াইছিল ।লগতে ৭০-৮০ দশকত ইব্ৰাহীম আলকাজিয়ে আধুনিক ভাৰতীয় ৰংগমঞ্চৰ ভাষাক স্থাপন কৰিবলৈ প্ৰয়াস কৰিছিল। তেওঁ আছিল আধুনিক নাট্যকাৰ ৷লগতে ৫০ খনতকৈ অধিক নাটকক পৰিচালনা কৰিছিল ইব্ৰাহীম আলকাজিয়ে ৷তেওঁ অভ্যাস আৰু অভিনয়ৰ যোগেৰে নতুন প্ৰজন্মক আকৰ্ষণ কৰিছিল।
নেশ্যনেল স্কুল অৱ ড্ৰামাৰ সঞ্চালক ইব্ৰাহীম আলকাজিৰ দেহাৱসান
-
By publisher

- Categories: India, News
- Tags: National School of DramaNSD
Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026