ধেমাজিত কৰ’না ভাইৰাছৰ ব্যাপক গণসংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে । আজি পুনৰ ৩১ জন লোকৰ শৰীৰত কৰ’না পজিটিভ পোৱা গৈছে। তেওঁলোকক ইতিমধ্যেই ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
ADVERTISEMENT
ইয়াৰ ফলত জিলাখনত আক্ৰান্তৰ সংখ্যা ৬৫৮ জনলৈ বৃদ্ধি পায় । ইতিমধ্যে জিলাপ্ৰশাসনে ৰাইজক বিনা কাৰণত ওলাই নাহিবলৈ আহবান জনোৱাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহবান জনাইছে ।