মহানগৰীত বন গাহৰি আক্ৰমণত আহত চাৰিঃদুজনৰ অৱস্থা সংকটজনক

8df53b3e 6e00 4406 838a 952176fdf6a1

মহানগৰীৰ আমবাৰীত বন গাহৰি আক্ৰমণত আহত হ’বলগা হৈছে চাৰিজনকৈ লোক |বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰভাবে আহত অৱস্থাত এজনক এমএমচিএইচত, আন এজনক জিএমচিএইচত আৰু, দুজনক Wintrobe হাস্পতালত ভৰ্তি কৰোৱা হৈছে |

ঘটনাস্থলীত লতাশিল থানাৰ আৰক্ষী লগতে নাৰেংগী বন বিভাগৰ কাৰ্য্যালয় বিষয়া আহি বন গাহৰিটোৰ সন্ধান চলাইছে যদিও এতিয়ালৈকে বিচাৰি পোৱা নাই গাহৰিটোক ৷আনহাতে গাহৰিটো প্ৰথমে প্ৰেছ ক্লাবত প্ৰৱেশ কৰাৰ পাছত প্ৰত্নতাত্ত্ব কাৰ্যালয় আৰুটেক্সটাইল ইনষ্টিটিউটত প্ৰবেশ কৰিছিল ।

Exit mobile version