ৰাজ্যত ইজনৰ পিছত সিজন বিধায়ক আক্ৰান্ত হৈছে কৰ’নাত ৷ এইবাৰ দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ শৰীৰত ধৰা পৰিছে ক’ভিড ১৯ ৷ অন্যহাতে বিধায়ক গৰাকীয়ে দেওবাৰে পথৰ এক আধাৰশিলা স্থাপনত অংশ লৈছিল ৷ইতিমধ্যে গোৱালাৰ পৰিয়ালৰ ক’ভিড১৯ টেষ্ট কৰা হৈছে ৷ উল্লেখযোগ্য যে ৰাজ্যত পুনৰ ১১২৩জনৰ শৰীৰত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি ৷লগতে বিগত ২৪ ঘন্টাত ২৪,৪৯২ জনৰ ক’ভিড১৯ পৰীক্ষা কৰা হৈছে ৷ৰাজ্যত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ৫৮,৮৩৭ জন,সুস্থ হৈছে ৪০,৫৯১জন আৰু মৃত্যু হৈছে ১৪৫ জনৰ৷
দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ শৰীৰত ক’ভিড১৯
-
By publisher

- Categories: Assam, COVID-19, News
- Tags: Corona Viruscovid19DuliajanTerash Gowalla
Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026