বলিউদৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত কৰ্কট ৰোগত আক্ৰান্ত

3sanjay 20dutta

বলিউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত আক্ৰান্ত হৈছে হাও-ফাঁওৰ কৰ্কট ৰোগত । অভিনেতাগৰাকীৰ শ্বাস-প্ৰশ্বাসৰ অসুবিধাৰ বাবে মুম্বাইৰ লীলাৱতী হস্পিতালত দুদিনৰ কাৰণে ভৰ্তি কৰোৱা হৈছিল । অতি শীঘ্ৰে চিকিৎসাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মাৰিব ৬১ বছৰীয়া অভিনেতাগৰাকী । জানিব পৰা মতে, ষ্টেজ থ্ৰী হাওফাওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে সঞ্জয় দত্ত । মঙলবাৰে তেওঁৰ অসুস্থতাৰ কথা টুইটাৰত প্ৰকাশ কৰে এনেদৰে

Exit mobile version