নুনমাটি আৰক্ষীৰ এটা বৃহৎ দলে দেওবাৰে চলোৱা এক অভিযানত ২৮ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে পূৱ জ্যোতিনগৰৰ নামঘৰৰ সমীপত ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাতে ড্ৰাগছসহ যুৱকজন আৰু AS-01-DQ-0827 নম্বৰৰ এখন স্কুটি জব্দ কৰে । ধৃত যুৱকজন নুনমাটিৰ দুই নম্বৰ নিজৰাপাৰ অঞ্চলৰ আৰিফ আমিন ওৰফে টিংকু বুলি আৰক্ষীয়ে সদৰী কৰিছে।
মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ধৃত এক
-
By publisher

Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026