- বিদেশীমুক্ত অসম,
- সীমান্ত ছীল,
- অসম চুক্তি ৰূপায়ণ,
- ২৪ ঘণ্টাই বিদ্যুৎ যোগান ,
- ছয় জনগোষ্ঠীৰ জনজাতিকৰণ,
- ব্ৰহ্মপুত্ৰ খনন,
- প্ৰতিখন জিলাত মহিলা থানা,
- বান খহনীয়াত আক্ৰান্তক বীমা,
- পাৰিপাৰ্শ্বিকভাৱে স্পৰ্শকাতৰ স্থানত প্লাষ্টিক নিষেধ,
- খেলুৱৈ পেঞ্চন আঁচনি,
- শক্তি উৎপাদনত স্বাৱলম্বী,
- বাতৰি কাকতৰ বিজ্ঞাপনৰ ধন সময়মতে মোকলাই দিয়া,
- ৩০ এপ্ৰিলৰ ভিতৰত মথাউৰি নিৰ্মাণ,
- ২৪ ঘন্টাৰ ভিতৰত বিধ্বস্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণ,
- এশ শতাংশ জলসিঞ্চন,
- দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা,
- অবৈধ ছিণ্ডিকেট উৎখাত,
- প্ৰাকৃতিক সম্পদৰ সুৰক্ষা,
- এক্সপ্ৰেছ হাইৱে নিৰ্মাণ,
- সকলো কাঠৰ দলং পকীকৰণ,
- এশ মিনি চিনেমা হল নিৰ্মাণ,
- মাজুলীৰ দলং,
- এপল’ পুনৰ গঠন,
- কাগজ কল মুকলি,
- মহানগৰীত ৬৫ মহলীয়া টুইন টাৱাৰ নিৰ্মাণ,
- ভাৰতৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ অসমত অধ্যয়ন কেন্দ্ৰ স্থাপন,
- আত্মসমৰ্পণ কৰা উগ্ৰপন্থীক দক্ষতা বিকাশ কৰি সংস্থাপন,
- মাছমৰীয়াৰ বাবে বীমা,
- প্ৰতিটো বিধানসভা সমষ্টিত ‘ভিলেজ অৱ এক্সিলেন্স’ স্থাপন,
- ২৪৪ টা গ্ৰাম্য ভৰাঁল স্থাপন,
- ১০ খন ড্ৰাইভিং স্কুল,
- পাঁচখন ৰেল আৰু পথ থকা দলং নিৰ্মাণ,
- বৰাক ব’ৰ্ড গঠন,
- এশ বি পি অ’ স্থাপন ,
- শক্তি অধ্যয়নৰ বাবে আছুতীয়া বিশ্ববিদ্যালয়,
- ৩০ খন নতুন আই টি আই স্থাপন,
- প্ৰতিটো মহকুমাত পলিটেকনিক স্থাপন ইত্যাদি আৰু বহুতো।
ADVERTISEMENT